• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুই আফ্ৰিকানসহ ৬ ড্ৰাগ ডিলাৰক আটক দিল্লী আৰক্ষীৰ: জব্দ ১০ কোটি টকাতকৈও অধিক মূল্যৰ ড্ৰাগছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2022 6:38 pm
drugs seized
158
VIEWS
Share on FacebookShare on Twitter

দিল্লী আৰক্ষীৰ এণ্টি-নাৰ্ক’টিক্স টাস্ক ফ’ৰ্চে ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনত আজি ড্ৰাগছৰ বিৰুদ্ধে চাৰিটা পৃথক পৃথক অভিযানত বিশেষ সফলতা লাভ কৰিছে। এই অভিযানৰ সময়ত আৰক্ষীৰ এই শাখাটোৱে দুই আফ্ৰিকানসহ ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে।

এণ্টি-নাৰ্ক’টিক্স টাস্ক ফ’ৰ্চৰ বিষয়াসকলে অভিযান কালত ১.৭ কিলোগ্ৰাম হেৰোইন, ১০ গ্ৰাম কোকেইন আৰু ১২ গ্ৰাম এমডি উদ্ধাৰ কৰে।

এই নিষিদ্ধ দ্ৰব্যখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য ১০ কোটি টকাতকৈও অধিক হ’ব বুলি তেওঁলোকে জানিবলৈ দিছে।

দিনটোৰ প্ৰথম অভিযানত শ্বাম্বেন সিং নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক ৫০০ গ্ৰাম হেৰোইনসহ আটক কৰা হৈছিল। উল্লেখ্য যে তেওঁক পূৰ্বেও জুৱা আৰু অবৈধ অস্ত্ৰ লগত ৰখাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত তেওঁ সহজে ধন উপাৰ্জন কৰিবলৈ হেৰোইন বিক্ৰী কৰা আৰম্ভ কৰিছিল বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

সেইদৰে দ্বিতীয় অভিযানত সুমন আৰু অৰ্পন নামৰ আন দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী যুৱকক ৫০০ গ্ৰাম হেৰোইনসহ আটক কৰা হৈছিল।

আনহাতে টাস্ক ফ’ৰ্চে তৃতীয় অভিযানত ভিটালিছ চিনেডু আৰু কালেব মাজি অগবুয়াগু নামৰ দুজন আফ্ৰিকান নাগৰিকক আটক কৰে।

দুয়োগৰাকীৰ পৰা মুঠ ৫১৩ গ্ৰাম হেৰোইন, ১০ গ্ৰাম কোকেইন আৰু ১২ গ্ৰাম এমডি উদ্ধাৰ কৰা হয়।

দিনটোৰ আনটো অভিযানত বিজয় কুমাৰ নামৰ এজন ব্যক্তিক আটক কৰা হয় আৰু তেওঁৰ পৰা ২০০ গ্ৰাম হেৰোইন উদ্ধাৰ কৰা হয়।আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত বিজয় কুমাৰৰ বিৰুদ্ধে পূৰ্বৰে পৰা আঠটা গোচৰ ৰুজু হৈ আছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd