• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সহপাঠীসহ JNUত অধ্যয়নৰত অসমৰ ‘কা’ বিৰোধী ছাত্ৰীক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2020 1:58 pm
Anti-CAA violence: Delhi police file chargesheet against Devangana Kalita & 11 others

দেবাংগনা কলিতা আৰু নাটাশা নাৰৱাল। উৎস ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে শনিবাৰে (২৩ মে’) জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ এগৰকী ছাত্ৰীক গ্ৰেপ্তাৰ কৰে।

তেওঁৰ সৈতে আৰক্ষীয়ে বিশ্ববিদ্যালয়খনৰ আন এগৰাকী ছাত্ৰীকো একেটা অভিযোগতে গ্ৰেপ্তাৰ কৰিছে। ছাত্ৰী দুগৰাকীৰ নাম দেবাংগনা কলিতা আৰু নাটাশা নাৰৱাল। দুয়োগৰাকী দিল্লীৰ পিঞ্জৰা তৌড় নামৰ এটা ছাত্ৰী গোটৰ সদস্য।

Apply Now

উত্তৰ-পূব দিল্লীৰ জাফ্ৰাবাদত যোৱা ফেব্ৰুৱাৰিত ‘কা’ বিৰোধী এক অৱস্থান ধৰ্মঘট সংগঠিত কৰাৰ অভিযোগত ছাত্ৰী দুগৰাকীক গ্ৰেপ্তাৰ কৰা হয় বুুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে জাফ্ৰাবাদৰ উক্ত অৱস্থান ধৰ্মঘটৰ পিছত ২৩ ফেব্ৰুৱাৰিত বিজেপি নেতা কপিল মিশ্ৰই ‘কা’ৰ সমৰ্থনত এক ৰেলী অনুষ্ঠিত কৰিছিল। উক্ত ৰেলীৰ এদিন পিছতে উত্তৰ-পূব দিল্লীত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে ‘জাফ্ৰাবাদৰ অৱস্থান ধৰ্মঘট সম্পৰ্কত ইতিপূৰ্বে এখন এজাহাৰ দাখিল হৈ আছিল। যুৱতী দুগৰাকীক ভাৰতীয় দণ্ডবিধিৰ ১৮৬ আৰু ৩৫৩ ধাৰাৰ অধীনত গ্ৰপ্তাৰ কৰা হয়।’

পিঞ্জৰা তৌড়ৰ এক বিবৃতিত কয়, ‘জাফ্ৰাবাদ আৰক্ষীয়ে ৰুজু কৰা এখন এজাহাৰৰ ভিত্তিত তেওঁলোকক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোক বৰ্তমান জাফ্ৰাবাদ আৰক্ষী থানাত আছে। আৰক্ষীয়ে তেওঁলোকৰ পৰিয়ালৰ লোকক গ্ৰেপ্তাৰৰ কাৰণ জনোৱা নাই।‘

‘দিল্লী আৰক্ষীয়ে যোৱা কেইটামান মাহত বহু ছাত্ৰ-ছাত্ৰী আৰু সংগঠনৰ কৰ্মীক গ্ৰেপ্তাৰ কৰিছে। গণতন্ত্ৰৰ হকে মাত মতা কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্টই এইদৰে হাৰাশাস্তি কৰি থকাটোক আমি নিন্দা কৰিছো আৰু ছাত্ৰ সমাজ আৰু গণতান্ত্ৰিক মনৰ সকলো নাগৰিকক এই দমনৰ বিৰুদ্ধে নিজক সতৰ্ক আৰু সবল ৰাথিবলৈ আহ্বান জনাইছো।‘ বিবৃটোত লগতে কোৱা হয়।

দিল্লী আৰক্ষীয়ে ‘ভুৱা অভিযোগ’ জাপি এইদৰে গ্ৰেপ্তাৰ কৰা ‘কা’ বিৰোধী প্ৰতিবাদকাৰী সকলক মুকলি কৰি দিবলৈ মানৱ অধিকাৰ সংস্থা এমনেষ্টি ইণ্টাৰনেশ্যনেল, বিভিন্ন ছাত্ৰ সংগঠন, শিক্ষক সংস্থা, নাগৰিক সমাজকে ধৰি দেশৰ সচেতন মহলে দাবী জনাইছে।

উল্লেখযোগ্য যে কালি গ্ৰপ্তাৰ কৰা দেবাংগনা কলিতা JNUৰ চেণ্টাৰ ফৰ ৱ’মেন ষ্টাডিছ আৰু নাটাশা নাৰৱাল চেণ্টাৰ ফৰ হিষ্ট’ৰিকেল ষ্টাডিছৰ ছাত্ৰী। ছ’চিয়েল মিডিয়াত অসমৰ লগতে দেশৰ বিভিন্নজনে ছাত্ৰী দুগৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্য্যক গৰিহণা দিয়াৰ লগতে তেওঁলোকক মুকলি কৰি দিবলৈ দাবী জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd