• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ প্ৰায় ২০০০ লোকক ঋণ দিয়াৰ নামত লুটা প্ৰৱঞ্চক চক্ৰ উৎখাত দিল্লী আৰক্ষীৰ; ৬জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 6, 2023 8:04 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে দিল্লী আৰক্ষীৰ ইন্টেলিজেন্স ফিউজন এণ্ড ষ্ট্ৰেটেজিক অ’পাৰেশ্যন (IFSO)য়ে অভিযান চলাই দেশজুৰি প্ৰায় ২০০০ লোকক তাৎক্ষণিক ঋণ দিয়াৰ নামত প্ৰতাৰণা কৰা এটা ধন সৰকোৱা চক্ৰ উৎখাত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চক্ৰটো চলাই থকা ইয়াৰ ৬ জন সদস্যকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তেওঁলোকে ভুৱা কোম্পানী পঞ্জীয়ন কৰি বেংক একাউণ্ট খুলিছিল। এই একাউণ্টত প্ৰায় ৩৫০ কোটি টকাৰ ধন প্ৰচলন হোৱা বুলিও তেওঁলোকে জানিবলৈ দিয়াৰ কথা সদৰী কৰা হৈছে।

লগতে পঢ়ক: আজি পুৱা ৯ বজাত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা-২০২৩ৰ ফলাফল; চাওক, কেনেকৈ চাব ফলাফল?

Apply Now

গ্ৰেপ্তাৰ হোৱা কেইজনক গুজৰাটৰ বাসিন্দা মুস্তাজাব গুলাম মহম্মদ নভিৱালা (৩২), অনিছভাই আশ্ৰফভাই ভিঞ্চি (৫১), পশ্চিম বংগৰ বাসিন্দা গোকুল বিশ্বাস (৫৩), অশোক (৩৬), বলৱন্ত (৩৯) আৰু দিল্লীৰ বাসিন্দা নীতিন (২৪) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ মতে, এই দলটোৱে সমগ্ৰ দেশতে ১৯৭৭ জন লোকক প্ৰতাৰণা কৰিছে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, জয় গোৱেল নামৰ এজন লোকে অবিযোগ কৰিছিল যে কিছুমান লোকে  অবৈধভাৱে মোবাইল ডাটা লাভ কৰি কেছ এডভান্স নামৰ লোণ এপ্লিকেচনৰ জৰিয়তে তাৎক্ষণিকভাৱে ঋণ দিয়াৰ নামত নাগৰিকৰ পৰা ব্লেকমেইলিং আৰু ধন দাবী কৰিছিল।

আৰক্ষীৰ উপ-আয়ুক্ত প্ৰশান্ত গৌতমে জনায় যে তদন্তৰ সময়ত আৰক্ষীয়ে অভিযুক্তসকলক বিভিন্ন স্থানত থকাটো চিহ্নিত কৰে আৰু তালাচী অভিযান চলাই গ্ৰেপ্তাৰ কৰে। ডিচিপি গৰাকীয়ে জনোৱা মতে, এই চক্ৰটোৱে এপ্লিকেচনৰ জৰিয়তে ব্যৱহাৰকাৰীক অতি কম সুতৰ হাৰত হ্ৰস্বম্যাদী ঋণ আগবঢ়াইছিল আৰু তাৰ পিছত ইয়াৰ ইনষ্টলেচনৰ সময়ত তেওঁলোকৰ ডাটাৰ এচেছ লাভ কৰিছিল।

লগতে পঢ়ক: ওড়িশা ৰে’ল ট্ৰেজেডী: জীৱিত অৱস্থাত উদ্ধাৰ ৪৮ ঘণ্টা ধৰি ধ্বংসাৱশেষৰ তলত থকা অসমৰ যুৱক

কিন্তু ডিজিটেল মোডৰ জৰিয়তে ধন দিয়াৰ পিছত তেওঁলোকে অত্যধিকভাৱে সুতৰ হাৰ বৃদ্ধি কৰিছিল আৰু ঋণ পৰিশোধ কৰাৰ পিছতো তেওঁলোকে মৰ্ফ কৰা ছবি ব্যৱহাৰ কৰি ধমকি দি ঋণ লোৱা বা তেওঁলোকৰ আত্মীয়ৰ পৰা অধিক ধন দাবী কৰিছিল বুলি আৰক্ষীয়ে জনায়।

গোকুল, মুস্তাজাব, অনিছভাই, অশোক আৰু বলৱন্তই কোম্পানীকেইটা পঞ্জীয়ন কৰি বেংক একাউণ্ট খুলিছিল। এই একাউণ্টসমূহত প্ৰায় ৩৫০ কোটি টকাৰ ধন প্ৰচলন হৈছিল যাৰ ভিতৰত কমিচন কৰ্তন কৰি ৮৩ কোটি টকা পুনৰ বিভিন্ন ব্যক্তিক ক্ষুদ্ৰ ঋণ হিচাপে প্ৰদান কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক: ১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী, বৈঠক স্থগিত; পুনৰ কেতিয়া বহিব?

ইয়াৰ পূৰ্বে চীনৰ এটা লোণ এপ্লিকেচন কোম্পানীত টিম লিডাৰ হিচাপে কাম কৰা নীতিনে ঋণৰ আবেদন আৰু আদায় প্ৰক্ৰিয়াৰ কাম-কাজৰ বিষয়ে ভালদৰেই জানিছিল বুলি তেওঁলোকে কয়। আৰক্ষীয়ে লগতে জনোৱা মতে, ৭টা মোবাইল ফোন, এটা লেপটপ, ১৫খন ডেবিট কাৰ্ডৰ লগতে প্ৰৱঞ্চিত ধনৰ মুঠ ৬০ লাখ টকা বিভিন্ন বেংক একাউণ্টত ফ্ৰীজ কৰি ৰখা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd