• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লী আৰক্ষীৰ কব্জাত মণিপুৰী ছাত্ৰ নেতা, মুক্তিৰ চেষ্টাৰে জনকপুৰী থানাত ভিৰ সতীৰ্থ-এক্টিভিষ্টৰ

নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত মণিপুৰী সাংবাদিক ৱাংখেম কিশোৰচন্দ্ৰক বন্দী কৰাৰ প্ৰতিবাদ কৰাৰ বাবেই ছাত্ৰ নেতা ৱিৱনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আশংকা কৰিছে সতীৰ্থই।

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 15, 2019 9:49 pm

1 min read

Delhi police detains Manipur Students' Association, Delhi advisor Veewon

ৱিৱন থকচম। ছবি সৌজন্য-- Round Table India|

746
VIEWS
Share on FacebookShare on Twitter

নতুন দিল্লীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মণিপুৰ ষ্টুদেণ্টছ এচ’চিয়েচন দিল্লী (MSAD)ৰ উপদেষ্টা থকচম ৱিৱনৰ মুক্তিৰ দাবীত শুকুৰবাৰে জনকপুৰী থানাত ভিৰ কৰিছে ছাত্ৰ নেতাজনৰ সতীৰ্থই।

সংগঠনটোৰ সূত্ৰই সদৰী কৰা মতে ৱিৱনক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত কোনো মেম’ আৰক্ষীয়ে প্ৰদান কৰা নাই।

নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত মণিপুৰী সাংবাদিক ৱাংখেম কিশোৰচন্দ্ৰক বন্দী কৰাৰ প্ৰতিবাদ কৰাৰ বাবেই ছাত্ৰ নেতা ৱিৱনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আশংকা কৰিছে সতীৰ্থই।

ছাত্ৰ নেতাজনৰ ওপৰতো সাংবাদিক কিশোৰচন্দ্ৰৰ দৰেই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়াৰ আশংকা কৰি তেওঁৰ মুক্তিৰ দাবী উত্থাপন কৰিছে। সূত্ৰ অনুসৰি শনিবাৰে ৱিৱনক মণিপুৰলৈ নিয়াৰ কথা।

উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক বিৰোধিতাৰ সন্মুখীন হোৱা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে যোৱা ১২ ফেব্ৰুৱাৰিত ৱিৱনক মণিপুৰ আৰক্ষীয়ে “সকীয়নি” দিছিল, সতীৰ্থৰ মন্তব্য।

মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে সৰৱ ছাত্ৰ নেতাজনে সাংবাদিক কিশোৰচন্দ্ৰক গ্ৰেপ্তাৰৰ বিৰুদ্ধে নতুন দিল্লীত মণিপুৰী ছাত্ৰৰ প্ৰতিবাদত নেতৃত্ব দিছিল।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd