• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৯২ জন বিদেশী তবলিগীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰিলে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2020 9:58 am
tablighi-jamaat-1586399636-1589549250
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী আৰক্ষীৰ অপৰাধ শাখাই ১৪ খন বিদেশী ৰাষ্ট্ৰৰ আৰু ১৫ গৰাকী বিদেশী তবলিগীৰ বিৰুদ্ধে চাকেট জিলা আদালত চাৰ্জ শ্বীট দাখিল কৰে।

ইয়াৰ লগে লগে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই চাৰ্জ শ্বীট দাখিল কৰা বিদেশী তবলিগীৰ সংখ্যা সৰ্বমুঠ ২৯২ গৰাকীলৈ বৃদ্ধি পাইছে।

Apply Now

দেশত ক’ৰ’নাৰ হটস্পটৰূপে বিবেচিত নিজামুদ্দিন মাৰ্কাজৰ তবলিগীৰ জামাতত অংশগ্ৰহণ কৰা এই বিদেশী জামাতীসকলৰ বিৰুদ্ধে মেট্ৰ’পলিটান দণ্ডাধীশ জিতেন্দ্ৰ প্ৰতাপ সিঙৰ আদালত ১৩,০৭০ পৃষ্ঠাজোৰা চাৰ্জ শ্বীট দাখিল কৰে দিল্লী আৰক্ষীয়ে।

চাৰ্জ শ্বীট দাখিল কৰি দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ এজন বিষয়াই আদালতক কয় যে এই ঘটনাত ৯০০ ৰো অধিক অভিযুক্ত আছে। এতিয়া ইয়াৰে ১৫ খন চাৰ্জ শ্বীটত ১৪ খন বিদেশী ৰাষ্ট্ৰৰ ২৯২ গৰাকী অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰা হৈছে।

অভিযুক্তসকলৰ ভিছা ইতিমধ্যে বাতিল আৰু ব্লেকলিষ্টেড কৰা হৈছে। তেওঁলোকে দেশৰ ভিছা নীতি উলংঘা কৰি এটা অপৰাধ কৰিছে। এইবুলি আদালতক কয় অপৰাধ শাখাই।

ইয়াৰ এদিনৰ পূৰ্বে ৮২ গৰাকী বিৰুদ্ধে ২০ খন চাৰ্জ শ্বীট দাখিল কৰা হৈছিল আৰু আজিও কেবাজন বিদেশীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰিব দিল্লী আৰক্ষীৰ অপৰাধ শাখাই।

আদালতৰ বিচাৰপতিয়ে অপৰাধ শাখাক জামাতৰ পুঁজিৰ উৎসৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত অপৰাধ শাখাই আদালতক জনায় যে ই ডি আৰু চি বি আইএ পুঁজিৰ উৎসৰ সন্ধানত তদন্ত কৰি আছে।

এতিয়ালৈকে ৮০ গৰাকী মালয়েছিয়া, ৮০ গৰাকী বাংলাদেশ, ম্যানমাৰৰ ৪৪ গৰাকী, থাইলেণ্ডৰ ৩৯ গৰাকী, নেপালৰ ২২ গৰাকী, শ্ৰীলংকাৰ ১৭ গৰাকী, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, দ্বিবউতি আৰু কেনিয়াৰ ২ গৰাকী আৰু মালী, নাইজেৰিয়া, টানঞ্জানিয়া আৰু দক্ষিণ আফ্ৰিকাৰ ১ গৰাকীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰা হৈছে।

ভাৰতীয় দণ্ডবিধি আইনৰ ১৪ (খ) বিদেশী আইন, ১৯৪৬, মহামাৰীজনিত ৰোগ আইন, ১৮৯৭ৰ ধাৰা ৩, দুর্যোগ ব্যবস্থাপনা আইন, ২০০৫ৰ ধাৰা ৫১ আৰু ধাৰা ১৮৮ (চৰকাৰী কর্মচাৰীৰ দ্বাৰা যথাযথভাবে দিয়া আদেশ অমান্যকৰণ), ২৬৯ (জীৱনৰ বাবে সংকটজনক ৰোগ সংক্রমণ অৱহেলাকৰণ), ২৭০ ভাৰতীয় জীৱন দণ্ডবিধি (আইপিচি)ৰ ২৭১ (ৰোগৰ সংক্রমণ ৰোধৰ কোৱাৰেন্টাইন নীতি অৱমাননা) আদি বিভিন্ন ধাৰাৰ অধীনত চাৰ্জ শ্বীট দাখিল কৰা হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd