• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুন নিয়ম : দিল্লীত সলনি হৈছে আৰক্ষীৰ নৈশ তহলৰ ব্যৱস্থা

ৰাতিপুৱা ১২ বজাৰ পৰা পুৱা ৪ বজাৰ ভিতৰত তেওঁলোক ক’ত আছিল সেই সম্পৰ্কে সকলো তথ্য দিব লাগিব। কেৱল সেয়াই নহয়, ডিচিপিৰ অনুমতি অবিহনে কোনো আৰক্ষী বিষয়া বা কৰ্মচাৰীয়ে থানা এৰিব নোৱাৰে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 8, 2023 5:53 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অঞ্জলী সিঙৰ ঘটনাৰ পিছতেই এতিয়া যেন সষ্টম হৈ পৰিছে দিল্লীৰ প্ৰশাসন ব্যৱস্থা। অঞ্জলী সিঙৰ কাণ্ডৰ পিছতে সমগ্ৰ দেশৰ সচেতন মহলৰ সমালোচনাৰ সন্মুখীন হৈছিল দিল্লী আৰক্ষী। গালি খাই যেন এতিয়া গা লৰিছে দিল্লীৰ প্ৰশাসনিক মহলৰ।

নতুন নিয়ম মতে এতিয়াৰে পৰা সকলো ষ্টেচন হাউছ বিষয়া , সন্ত্ৰাসবাদ বিৰোধী শাখাৰ বিষয়া আৰু তদন্তকাৰী পৰিদৰ্শকে থানা এৰি যোৱাৰ পূৰ্বে আৰক্ষী উপ আয়ুক্তৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। কেৱল এয়াই নহয়, নিশাৰ কৰ্তব্যৰ সময়ত সকলো পৰিদৰ্শক পৰ্যায়ৰ বিষয়াই নিজৰ স্থানৰ ৰিপৰ্ট দিব লাগিব।

Apply Now

গাড়ীৰ খুন্দাত অঞ্জলি সিঙক টানি নিয়াৰ পিছত ৰাজধানীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

জানিব পৰা মতে ৰাজধানীৰ প্ৰতিখন থানালৈ এটা নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। নিৰ্দেশনাটোত কোৱা হৈছে যে এছ এইচ অ’, এ টি অ’ আৰু ব্ৰাভোৱে নিজৰ বৰ্তমানৰ স্থিতি ডি চি পিক অৱগত কৰিব।

ৰাতিপুৱা ১২ বজাৰ পৰা পুৱা ৪ বজাৰ ভিতৰত তেওঁলোক ক’ত আছিল সেই সম্পৰ্কে সকলো তথ্য দিব লাগিব। কেৱল সেয়াই নহয়, ডিচিপিৰ অনুমতি অবিহনে কোনো আৰক্ষী বিষয়া বা কৰ্মচাৰীয়ে থানা এৰিব নোৱাৰে।

দিল্লীৰ চুলতানপুৰীত নৱবৰ্ষৰ প্ৰাকক্ষণত পুৱা প্ৰায় ২ বজাত এখন গাড়ীয়ে খুন্দা মাৰে ২০ বছৰীয়া যুৱতী অঞ্জলি সিঙক। ইয়াৰ পিছত পাঁচজন লোকে ১৩ কিঃমিঃ চোঁচৰাই লৈ যায় যুৱতীগৰাকীক। অৱশ্যে ঘটনাৰ লগত জড়িত আৰু অভিযুক্তক বচাবলৈ সহায় কৰা মুঠ ৭জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাই দিল্লী আৰক্ষীৰ ভূমিকা আৰু ৰাজধানীত মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ পিছত দিল্লী আৰক্ষীয়ে এইদৰে সলনি কৰে নৈশ পহৰাদাৰী ব্যৱস্থা।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd