• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিডৰ দক্ষিণ আফ্ৰিকাৰ ষ্ট্ৰেইনত আক্ৰান্ত দিল্লীৰ প্ৰথম গৰাকী ব্যক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2021 5:37 pm
coronavirus_variant
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ নতুন ঢৌৱে পুনৰ জোকাৰি গৈছে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বহু কেইখন দেশক।

এনে সময়তে দক্ষিণ আফ্ৰিকাৰ কোভিডৰ ষ্ট্ৰেইনত আক্ৰান্ত হৈছে দিল্লীৰ প্ৰথমগৰাকী লোক।ইতিমধ্যে দিল্লীৰ চৰকাৰে এই কথা প্ৰকাশ কৰিছে।

Apply Now

দক্ষিণ আফ্ৰিকাৰ কোভিডৰ ষ্ট্ৰেইনত আক্ৰান্ত হোৱা লোক জনৰ বয়স ৩৩ বছৰ আৰু তেওঁক নতুন দিল্লীৰ এল এন জে পি চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।

ইয়াৰ পূৰ্বে জানুৱাৰী মাহত বিদেশৰ পৰা ভাৰতলৈ ঘূৰি অহা চাৰি জন লোকৰ দেহত দক্ষিণ আফ্ৰিকাৰ কোভিডৰ নতুন ষ্ট্ৰেইন ধৰা পৰিছিল।

উল্লেখ্য প্ৰায় তিনি মাহ পূৰ্বে  ব্ৰিটেইনত কোভিডৰ নতুন ষ্ট্ৰেইন ধৰা পৰাৰ পিছতে চিন্তিত হৈ পৰিছিল বিশ্বৰ বিজ্ঞানীসকল।

কাৰণ ক’ৰ’ণাৰ নতুন প্ৰজাতি বিধ পূৰ্বৰ কোভিড-১৯তকৈয়ো বেছি ভয়াৱহ বুলি প্ৰমাণ হৈছে।

এই নতুন প্ৰজাতিৰ কোভিডে কম বয়সৰ ল’ৰা-ছোৱালীক বেছিকৈ আক্ৰান্ত কৰে বুলিও প্ৰমাণ পোৱা গৈছে।

এনে সময়তে দক্ষিণ আফ্ৰিকাত সৃষ্টি হোৱা কোভিডৰ আন এক প্ৰজাতিৰ সন্ধান পোৱা গৈছিল মায়ানগৰী মুম্বাইত।

মুম্বাইত ধৰা পৰা কোভিডৰ নতুন প্ৰজাতিয়ে তিনিটাকৈ এণ্টিবডিক বিপথে পৰিচালিত কৰে বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছিল।

মুম্বাইৰ খাৰগড়ৰ দাঁতিকাষৰীয়া অঞ্চলত তিনি জন লোকৰ দেহত পোৱা গৈছে আফ্ৰিকাৰ কোভিড প্ৰজাতিৰ।

বিজ্ঞানীসকলে দক্ষিণ আফ্ৰিকাৰ এই কোভিড প্ৰজাতিৰ সৈতে আফ্ৰিকাৰে  আন এবিধ অতিমাৰী সৃষ্টিকাৰী E484K ভাইৰাছৰ সৈতে মিল থকা বুলি মন্তব্য কৰিছিল।

মুম্বাইৰ টাটা মেম’ৰিয়েলৰ গৱেষক নিখিল পটকৰে প্ৰকাশ কৰা মতে E484K প্ৰজাতিৰ ভাইৰাছৰ বিৰুদ্ধে ভেকচিনে কিমান কাম কৰিব সেয়াহে সন্দেহৰ বিষয় হৈ পৰিছে।

উল্লেখ্য এতিয়ালৈকৈ কোভিডৰ পাঁচটা প্ৰজাতিৰ সন্ধান পোৱা গৈছে।

কোভিডৰ এনে নতুন নতুন প্ৰজাতিয়ে এতিয়া চিন্তিত কৰি তুলিছে স্বাস্থ্য বিজ্ঞানীসকলক।ঠাই আৰু পৰিবেশ ভেদে ক’ৰ’ণা ভাইৰাছে দ্ৰুত ভাবে সলাই গৈছে ইয়াৰ চৰিত্ৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd