DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছতেই দিল্লীতো এন আৰ চিৰ দাবী বিজেপিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2019 1:14 pm
775841-manoj-tiwari-07

দিল্লী প্ৰদেশ বিজেপিৰ সভাপতি মনোজ তিৱাৰী। ফাইল ফটো।

713
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনতো এন আৰ চি প্ৰৱৰ্তন কৰাৰ দাবী তুলিছে।

মনোজ তিৱাৰীয়ে কয় যে দিল্লীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তা আছে কিয়নো ইয়াৰ পৰিস্থিতি ভয়াবহ হৈ পৰিছে।

তেওঁ কয়,’’অবৈধ অনুপ্ৰৱেশকাৰী যিসকল ইয়াত বহি গৈছে, তেওঁলোক আটাইতকৈ বিপদজনক। আমি ইয়াতো এন আৰ চি প্ৰৱৰ্তন কৰিম।‘’

অসমত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পাছতে মনোজ তিৱাৰীয়ে এই দাবী উত্থাপন কৰিছে।

অসমত শনিবাৰে প্ৰকাশ কৰা এন আৰ চিৰ চূড়ান্ত তালিকাত ৩,১১,২১,০০৪গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ১৯,০৬,৬৭৭গৰাকী লোকৰ নাম বাদ পৰিছে।

ইপিনে, অসমত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পাছতে কংগ্ৰেছে অন্তৰ্ৱতীকালীন ৰাষ্ট্ৰীয় অধ্যক্ষ ছোনিয়া গান্ধীৰ ১০ নং জনপথৰ বাসগৃহত এখন বৈঠক আহ্বান কৰে।

কংগ্ৰেছে বিষয়টোকলৈ চৰকাৰক আক্ৰমণৰ কৌশল ৰচনা কৰাৰ বাবেই এই বৈঠক আহ্বান কৰা বুলি জানিব পৰা গৈছে। বৈঠকত দলৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ লগতে সাংসদ গৌৰৱ গগৈও উপস্থিত থাকে।

এন আৰ চিৰ চূড়ান্ত তালিকাত বাদ পৰা প্ৰায় ১৯ লাখ লোকে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে এতিয়াও সুযোগ পাব।

এন আৰ চিত বাদ পৰা এই লোকসকলে নাম অন্তৰ্ভুক্তিৰ বাবে ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণত আবেদন কৰিব লাগিব।

ৰাজ্য চৰকাৰে এন আৰ চিৰ পৰা নাম বাদ পৰা লোকসকলৰ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে ৰাজ্যখনত ৪০০ খন বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিব।

Recent News

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd