DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাস্থ্য কৰ্মী কোভিদ-১৯-ত আক্ৰান্ত হোৱাৰ পাছত বন্ধ কৰি দিয়া হ’ল দিল্লী ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2020 4:31 pm
images.jpeg-2(1)

প্ৰতিনিধিত্বমূলক ফটো

7.6k
VIEWS
Share on FacebookShare on Twitter

দিল্লী ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠান(ডি এছ চি আই)ৰ দুগৰাকী চিকিৎসক আৰু ষোল্ল গৰাকী নাৰ্ছ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত দিল্লী চৰকাৰে চিকিৎসালয়খন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ডি এছ চি আই কৰ্তৃপক্ষই অন্যহাতে চিকিৎসালয়খনৰ ১৯ গৰাকী ৰোগীক অন্য চিকিৎসালয়লৈ পঠিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

চিকিৎসালয়খন সাময়িকভাৱে সতৰ্কতামূল ব্যৱস্থা গ্ৰহণৰ বাবে বন্ধ কৰি ৰখা হৈছে আৰু সমগ্ৰ চিকিৎসালয়খন চেনিটাইজ কৰা হৈছে বুলি ডি এছ চি আইৰ চিকিৎসা পৰিদৰ্শক বি এল চেৰৱালে জনায়।

‘‘আমি আমাৰ চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰি থকা ১৯ গৰাকী কেঞ্চাৰ ৰোগীক অন্য ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ বাবে যোগাযোগ অব্যাহত ৰাখিছো। ধৰমশিলা চুপাৰস্পেচিয়েলিটি হস্পাতালৰ কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ ৰক্ষা কৰি থকা হৈছে” চেৰৱালে লগতে কয়।

আনহাতে, অন্য চিকিৎসালয়লৈ ৰোগী সকলক নিয়াৰ পূৰ্বে কেঞ্চাৰ ৰোগী সকলৰ কোভিদ-১৯-ৰ পৰীক্ষা সম্পন্ন কৰা হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।

কেঞ্চাৰ ৰোগী সকল কোভিদ-১৯-ৰ পৰীক্ষাত ফলাফল নিগেটিভ আহিলেহে অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব বুলি চেৰৱালে লগতে উল্লেখ কৰে।

Tags: COVID-19

Recent News

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd