DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব খোজা অসমৰ শিক্ষাৰ্থীৰ বাবে দিল্লীৰ অসমীয়া ছাত্ৰ সন্থাৰ বিশেষ পদক্ষেপ

আগ্ৰহী শিক্ষাৰ্থীয়ে নামভৰ্তি সহায়ক কেন্দ্ৰৰ পৰা ল'ব পাৰিব দিহা-পৰামৰ্শ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2019 7:21 pm
দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব খোজা অসমৰ শিক্ষাৰ্থীৰ বাবে দিল্লীৰ অসমীয়া ছাত্ৰ সন্থাৰ বিশেষ পদক্ষেপ
729
VIEWS
Share on FacebookShare on Twitter

দিল্লী বিশ্ববিদ্যালয়ত শীঘ্ৰে আৰম্ভ হ’ব স্নাতক পৰ্যায়ৰ নামভৰ্তি প্ৰক্ৰিয়া। এই নামভৰ্তি প্ৰক্ৰিয়াত অসমৰ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিব পৰাকৈ অসমীয়া ছাত্ৰ সন্থাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰত্যেকবাৰৰ দৰে এইবাৰো ৰাজ্যখনৰ কেইবাখনো জিলাত অসমীয়া ছাত্ৰ সন্থাই খুলিছে নামভৰ্তি সহায়ক কেন্দ্ৰ। এই পদক্ষেপ গ্ৰহণ কৰিছে দিল্লীৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ এটা সংগঠন সদৌ অসম ছাত্ৰ সন্থাই।

সংগঠনটোৱে গুৱাহাটীৰ শ্বহীদ ন্যাসত আজিৰ পৰা অৰ্থাৎ ৩১ মে’ৰ পৰা ৩ জুনলৈকে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ নামভৰ্তিৰ সহায়ক কেন্দ্ৰ মুকলি কৰিছে।

একেদৰে সংগঠনটোৱে ৬ জুনত গোলাঘাটৰ ডি আৰ কলেজত, ৭ জুনত যোৰহাটৰ অভিজ্ঞান একাডেমিত, ৮ জুনত শিৱসাগৰৰ আছুৰ মুখ্য কাৰ্যালয়ত, ৯ আৰু ১০ জুনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তি সহায়ক কেন্দ্ৰ মুকলি কৰিব। আৰু এই নামভৰ্তি সহায়ক কেন্দ্ৰৰ পৰা দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব বিচৰা আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব।

Recent News

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

Old Woman Deadlift

কোনে কয় “বয়স বৃদ্ধি হ’লে মনোবল হ্ৰাস পায়”!: নাতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ৮০ বছৰীয়া বৃদ্ধাৰ চমক

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd