• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকক চৰ সোধালে ছাত্ৰ সংগঠনৰ সদস্যই; নিৰ্লিপ্ত উপস্থিত আৰক্ষী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2025 9:33 pm
201
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত পুনৰ পোহৰলৈ আহিছে শিক্ষক নিগ্ৰহৰ ঘটনা। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ ড০ ভীম ৰাও আম্বেদকাৰ মহাবিদ্যালয়ৰ অধ্যাপক সুজিত কুমাৰক চৰ সোধালে বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক দীপিকা ঝাই। সম্প্ৰতি চিচিটিভি কেমেৰাত বন্দী হোৱা এই মুহূৰ্তটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ডেম’ক্ৰেটিক টিচাৰ্ছ ফ্ৰণ্টে দাবী কৰা মতে, বুধবাৰে বিবাদৰ সময়ত দীপিকা ঝাই অধ্যক্ষৰ কাৰ্যালয়ৰ ভিতৰত মহাবিদ্যালয়খনৰ অনুশাসন সমিতিৰ অধ্যক্ষ তথা বাণিজ্য বিভাগৰ অধ্যাপক কুমাৰক আক্ৰমণ কৰে।

Apply Now

ঘটনা অনুসৰি অধ্যাপক কুমাৰ এবিভিপিৰ ফালৰ পৰা দিয়া চাপৰ বাবে তাৎক্ষণিকভাৱে পদত্যাগ কৰিবলৈ বাধ্য হয়।

কুমাৰে কয় যে শিক্ষানুষ্ঠানখনৰ কৰ্মচাৰীসকলক দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সমৰ্থকৰ দ্বাৰা প্ৰহাৰ আৰু অপমান কৰা হৈছিল। পাছত আৰক্ষী বিষয়াসকল উপস্থিত হৈ শিক্ষকসকলক কিছু সুৰক্ষা প্ৰদান কৰে।

কুমাৰৰ মতে, অধ্যক্ষৰ কাৰ্যালয়ত এই বৈঠকৰ উদ্দেশ্য আছিল বিশেষ। অভিযোগ অনুসৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীয়ে NSUIৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিছিল। আৰু ইয়াৰে আলোচনাৰ বাবে বৈঠকৰ আহ্বান কৰা হৈছিল।

ইপিনে দীপিকা ঝাই “বলপূৰ্বক পদত্যাগ”ৰ দাবী অস্বীকাৰ কৰি কয় যে অধ্যাপকজনে শিক্ষাৰ্থীসকলক উচটনি দিয়াৰ পাছতহে এই কাম কৰিছিল। লগতে ঝাই অধ্যাপক কুমাৰৰ বিৰুদ্ধে মদ্যপান কৰি অভব্য আচৰণৰো অভিযোগ কৰে ।

শেহতীয়াকৈ ঝাই চৰ মৰা ঘটনাক আৱেগিক আচৰণ বুলি অভিহিত কৰি দুখ প্ৰকাশ কৰে। আৰু এই কাণ্ডৰ বাবে সমগ্ৰ শিক্ষক সমাজৰ ওচৰত ক্ষমা বিচাৰে।

এএনআইক দিয়া বক্তব্যত দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদকগৰাকীয়ে লগতে কয় যে তেওঁৰ শিক্ষক সমাজক অসন্মান কৰাৰো কোনো উদ্দেশ্য নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd