• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2023 9:26 pm
BBC documentary on Modi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ গোধৰা কাণ্ডত তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাক লৈ সংবাদ সংস্থা বিবিচি- এ প্ৰস্তুত কৰা তথ্যচিত্ৰক কেন্দ্ৰ কৰি দেশত সৃষ্টি হোৱা বিতৰ্ক অব্যাহত আছে। দেশৰ দুখনকৈ আগশাৰীৰ বিশ্ববিদ্যালয়ত তথ্যচিত্ৰখনৰ প্ৰদৰ্শনক লৈ হোৱা উত্তপ্ত পৰিস্থিতিৰ অনুৰূপ পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে দিল্লী বিশ্ববিদ্যালয়ত।

দিল্লী বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ চৌহদত আজি বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে চৰকাৰী নিষেধাজ্ঞাক আওকাণ কৰি বিবিচি নিৰ্মিত এই তথ্যচিত্ৰখন প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰাৰ সময়তে দমনমূলক ব্যৱস্থা গ্ৰহণ কৰে দিল্লী আৰক্ষীয়ে। তথ্যচিত্ৰখনৰ প্ৰদৰ্শনৰ সময়ত হোৱা বাক-বিতণ্ডাৰ পিছতে আৰক্ষীয়ে আটক কৰিছে কেইবাগৰাকীও শিক্ষাৰ্থীক।

Apply Now

দিল্লী আৰক্ষীৰ এই পদক্ষেপৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ নেতাসকলে। ছাত্ৰ নেতাসকলৰ ভাষ্য মতে, ছাত্ৰ-ছাত্ৰীসকলে তথ্যচিত্ৰখন শান্তিপূৰ্ণভাৱে চোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু দিল্লী আৰক্ষী বিশ্ববিদ্যালয় চৌহদত উপস্থিত হৈ হিংসাত্মক কাৰ্যকলাপ চলায় বুলি ছাত্ৰ নেতাসকলে অভিযোগ কৰিছে।

ছাত্ৰ নেতাসকলে লগতে হিন্দুত্ববাদী সংগঠন তথা বিজেপিৰ আদৰ্শগত গুৰু সংস্থা আৰ এছ এছ আৰু আন একাংশ একে আদৰ্শৰ সংগঠনৰ সদস্যই তথ্যচিত্ৰখনৰ দৰ্শনৰ বাবে গোট খোৱা শিক্ষাৰ্থীসকলক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইফালে স্থানীয় আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াই বিশ্ববিদ্যালয় চৌহদৰ পৰা ২৪ গৰাকী শিক্ষাৰ্থীক আটক কৰা হৈছে আৰু এতিয়া পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বুলি মন্তব্য কৰে।

আনহাতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰা মতে তথ্যচিত্ৰখনৰ ৰাজহুৱা প্ৰদৰ্শনীৰ বাবে কোনো অনুমতি বিচৰা হোৱা নাছিল আৰু এনে কোনো গণ সমাৱেশৰ বিৰুদ্ধে জিলা প্ৰশাসনেও নিৰ্দেশনা জাৰি কৰিছিল। দিল্লী আৰক্ষীক এই পৰিকল্পনাৰ বিষয়ে অৱগত কৰা বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰক্টৰ ৰজনী আব্বিয়েও আৰক্ষীৰ পক্ষ গ্ৰহণ কৰে আৰু তথ্যচিত্ৰখনৰ দৰ্শনীৰ ব্যৱস্থা কৰাসকলে কেৱল শান্তি বিঘ্নিত কৰা উপলক্ষ্য বিচাৰে বুলি মন্তব্য কৰে।

উল্লেখ্য যে পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি আজি সন্ধিয়া ৫.৩০ বজাত বিবিচিৰ এই তথ্যচিত্ৰখনৰ দৰ্শনৰ বাবে বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী সমবেত হৈছিল। প্ৰধানত: বাওঁপন্থী দল আৰু অন্যান্য বিৰোধী ছাত্ৰ সংগঠনৰ নেতৃত্বত শিক্ষাৰ্থীসকল বিশ্ববিদ্যালয়ৰ কলা শাখাৰ এলেকাত সমবেত হৈছিল আৰু তথ্যচিত্ৰখনৰ দৰ্শনী বন্ধ কৰিবলৈ প্ৰশাসনে অঞ্চলটোত ১৪৪ নং ধাৰা জাৰি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd