• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

অধিক প্ৰদূষিত হৈ পৰিছে দিল্লীৰ বায়ু! স্কুল বন্ধ, ট্ৰাক-পুৰণি গাড়ীত নিষেধাজ্ঞা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 18, 2024 10:22 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজধানী দিল্লীত প্ৰচণ্ড প্ৰদূষণ। বহু পৰিমাণে প্ৰদূষিত বায়ু। সোমবাৰে পুৱা ৮ বজাৰ পৰা দিল্লীত কাৰ্যকৰী হ’ব গ্ৰেডেড ৰেচপন্স একচন প্লেন বা GRAP। এতিয়াৰ বাবে ইউ পি চৰকাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ বাহিৰে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ ঘোষণা কৰিছে।

দিল্লীত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা। দেওবাৰে বিয়লি কেন্দ্ৰৰ বায়ু গুণাগুণ পেনেলৰ বৈঠকৰ অন্তত এই পৰিস্থিতিত জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি জানিবলৈ দিয়ে। তাৰ পাছত চৰকাৰে বিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে অনলাইনযোগে পাঠদান চলি থাকিব বুলি অৱগত কৰা হৈছে। কেৱল দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েহে বিদ্যালয়লৈ যাব লাগিব।

লগতে এই মুহূৰ্তত ৰাজধানীত ট্ৰাকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এই সময়ত কোনো নিৰ্মাণ কাম কৰিব নোৱাৰিব। বৰ্তমান দিল্লীত কোনো BS4 গাড়ী বা পুৰণি ডিজেল গাড়ী চলাব নোৱাৰিব। এই ক্ষেত্ৰত জৰুৰীকালীন কামৰ সৈতে জড়িত বাহনসমূহহে ৰেহাই দিয়া হৈছে। প্ৰতিটো কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বাকীসকলে ঘৰৰ পৰাই কাম কৰে। কেন্দ্রীয় চৰকাৰৰ কার্যালয়তো ঘৰৰ পৰাই কাম আৰম্ভ হ’ব পাৰে বুলি খবৰ পোৱা গৈছে৷

Apply Now

অক্টোবৰৰ শেষৰ পৰা দিল্লীত বায়ু প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে। দীপাৱলীৰ সময়ত আৰু পাছত আকাশলংঘী প্ৰদূষণৰ মাত্ৰা। বৰ্তমান ৰাজধানীৰ বায়ুৰ ভয়াৱহ পৰিস্থিতি। বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে প্ৰদান কৰা তথ্য অনুসৰি সন্ধিয়া অহাৰ লগে লগে বায়ুৰ গুণাগুণ অৱনতি ঘটিবলৈ আৰম্ভ কৰে।

এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে চৰকাৰী কাৰ্যালয়ৰ সময় সলনি কৰাৰ কথা ঘোষণা কৰে। প্ৰকাশিত নিৰ্দেশনা অনুসৰি দিল্লী পৌৰসভা পুৱা ৮:৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ চলিব। পুৱা ৯ বজাত খোলা হ’ব কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়। সন্ধিয়া ৫:৩০ বজালৈকে চলি থাকিব। দিল্লীৰ চৰকাৰী কাৰ্যালয় পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈ সন্ধিয়া ৬:৩০ বজালৈ চলিব।

ইফালে যেতিয়া দিল্লীৰ প্ৰদূষণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে, তেতিয়া আজাৰবাইজানৰ বাকুত জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সন্মিলনতো এই বিষয়টো উত্থাপন হৈছে। COP29ৰ বৈঠকত ভাৰতক প্ৰদূষণ ৰোধ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। বিশ্বৰ পৰিৱেশবিদসকলে ভাৰতক অল্পকালীন প্ৰদূষণ হ্ৰাস কৰিবলৈ আহ্বান জনাইছে। এই প্ৰদূষকসমূহৰ ভিতৰত মূলতঃ মিথেন, ক’লা কাৰ্বন, ভূমিস্তৰৰ অ’জন আৰু হাইড্ৰ’ফ্ল’ৰ’কাৰ্বন আদি উল্লেখযোগ্য। যিটো মূলতঃ শস্যৰ শিপা জ্বলোৱাৰ বাবে বতাহত মিহলি হৈ থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd