• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বসন্ত ৰোগৰ বীজাণুৰ দৰেই অতি সংক্ৰামক কোভিডৰ ডেল্টা প্ৰজাতি, মাৰ্কিন স্বাস্থ্য সংস্থাৰ মন্তব্য

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2021 8:08 pm
deltaa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ নতুন নতুন প্ৰজাতিয়ে এতিয়া বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে।

কোভিডৰ প্ৰজাতিসমূহৰ ভিতৰত ডেল্টা প্ৰজাতি অতি মাৰাত্মক হিচাবে পৰিগণিত হৈছে। ভাৰতবৰ্ষতেই প্ৰথম এই প্ৰজাতিটো ধৰা পৰিছিল।

Apply Now

কোভিডৰ ডেল্টা প্ৰজাতি বসন্ত ৰোগৰ বীজাণুৰ দৰেই অতি সংক্ৰামক। আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনছনৰ উদ্ধৃতি দি ৱাশ্বিংটন পোষ্ট কাকতে এই বিষয়ে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ইবলা, সাধাৰণ চৰ্দি,বসন্ত আদিৰ দৰেই কোভিডৰ ডেল্টা প্ৰজাতি অতি দ্ৰুতগতিত সংক্ৰমিত হয়।

অৱশ্যে ইব’লা আদিৰ তুলনাত কোভিডৰ ডেল্টা প্ৰজাতিত আক্ৰান্ত হৈ হোৱা মৃত্যুৰ হাৰ কম বুলি কোৱা হৈছে।
ক’ৰ’না ভাইৰাছৰ মহা সংক্ৰমণে সংহাৰৰ সৃষ্টি কৰা ভাৰতত এতিয়া এই মাৰাত্ম ভাইৰাছবিধৰ নতুন প্ৰজাতি ডেল্টাই নতুন বিপদৰ বাৰ্তা কঢ়িয়াই আনিছে।

দেশত এতিয়ালৈকে ডেল্টাত আক্ৰান্ত ৰোগীৰ সংখ্যা শতাধিক হৈছে।

চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনছনৰ সঞ্চালক ডাঃ ৰছেল পি ৱালেক্সিৰ মতে কোভিডৰ ভেকচিন গ্ৰহণ কৰা লোককো কোভিডৰ ডেল্টা প্ৰজাতিয়ে আক্ৰান্ত কৰিব পাৰে।বিশেষকৈ বেছি বয়সৰ লোকসকলক এই মাৰাত্মক প্ৰজাতিটোৱে আক্ৰমণ কৰাৰ আশংকা বেছি বুলি তেওঁ কয়।

ইয়াৰ ভিতৰত ২১ জন আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।জম্মু, পাঞ্জাৱ, তামিলনাডু, কেৰালা মধ্যপ্ৰদেশ আদি ৰাজ্যতো ডেল্টা প্লাছত বহু লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

উল্লেখ্য কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছক আনকি কোনো ভেকচিনৰ জৰিয়তে বাধা দিব নোৱাৰি।

সেয়ে এই প্ৰজাতি বিধৰ সংক্ৰমণে এতিয়া চিন্তিত কৰি তুলিছে দেশ-বিদেশৰ স্বাস্থ্য বিজ্ঞানীসকলৰ লগতে চৰকাৰকো।অৱশ্যে ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে প্ৰকাশ কৰা মতে কোভাক্সিন আৰু কোভিশ্বিল্ড উভয় ভেকচিনেই কোভিডৰ ডেল্টা প্লাছ প্ৰজাতিক বাধা দিব পাৰে।

অৱশ্যে ভেকচিন দুবিধে কিমান কাৰ্যকৰী ভাবে ডেল্টা প্লাছ প্ৰজাতি ৰুধিব পাৰে সেয়া এতিয়াও প্ৰমাণ হোৱা নাই বুলি তেওঁ কয়।

এতিয়ালৈকে বিশ্বৰ ৯ খন দেশত কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছৰ উপস্থিতি ধৰা পৰিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তা

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তা

June 20, 2026 8:15 pm
মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

June 20, 2026 7:38 pm
শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

June 20, 2026 7:18 pm
ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তা

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তা

June 20, 2026 8:15 pm
মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

June 20, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd