• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ডেংগুৰ প্ৰাদুৰ্ভাৱ: ৯ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিশেষজ্ঞ দল প্ৰেৰণ কেন্দ্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2021 9:35 am
Dengue outbreak in India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ডেংগুৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণত সহায় কৰিবলৈ নখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিশেষজ্ঞৰ কেন্দ্ৰীয় দলক নিযুক্তি দিছে। এই দলবোৰে ৰাজ্যসমূহৰ স্বাস্থ্য কৰ্তৃপক্ষক ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাসহ কাৰিকৰী নিৰ্দেশনা প্ৰদান কৰিব।

হাৰিয়ানা, পঞ্জাৱ, কেৰালা, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, দিল্লী আৰু জম্মু-কাশ্মীৰত যথেষ্ট সংখ্যক লোক ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

বিশেষজ্ঞ দলবোৰৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় ভেক্টৰ বাহিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ বিষয়াসকল।

“ডেংগুৰ চলিত প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাকে ধৰি কাৰিকৰী নিৰ্দেশনা প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহক সহায় কৰিবলৈ চিনাক্ত কৰা ৰাজ্যসমূহত কেন্দ্ৰীয় দলসমূহক নিযুক্তি দিয়াৰ বাবে কৰ্তৃপক্ষই সিদ্ধান্ত লৈছে,” নখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মুখ্য সচিব (স্বাস্থ্য) আৰু স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰা এক কাৰ্যালয় স্মাৰকপত্ৰত এই কথা উল্লেখ কৰা হৈছে।

এই বছৰ এতিয়ালৈকে দিল্লীত ১,৫৩০ ৰো অধিক ডেংগু ৰোগী চিনাক্ত হৈছে, যাৰ ভিতৰত কেৱল অক্টোবৰত প্ৰায় ১,২০০ ৰোগী নথিভুক্ত কৰা হৈছে

Apply Now

মহাৰাষ্ট্ৰৰ পুনেত পৌৰ নিগমে অক্টোবৰ মাহত ভেক্টৰ-বাহিত ৰোগৰ ১৬৮ টা ঘটনা নথিভুক্ত কৰিছিল।

ইতিমধ্যে ডেংগুত আক্ৰান্ত হৈ চণ্ডিগড়ত ৩৩ জন লোকে প্ৰাণ হেৰুৱাইছে।

এই বছৰৰ অক্টোবৰত প্ৰতিবেদিত ডেংগু ৰোগীৰ সংখ্যা এই তিনিখন চহৰত আগৰ তিনি বছৰৰ বাৰ্ষিক কেছলোডতকৈও অধিক।

ৰাজ্যকেইখনৰ চিকিৎসালয়সমূহৰ জৰুৰীকালীন ৱাৰ্ডবোৰ ডেংগুত জ্বৰত ভুগি থকা ৰোগীৰে ভৰি পৰিছে।

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ইতিমধ্যে ডেংগু ৰোগীৰ সংখ্যা প্ৰায় ১,০০০ জন। স্বাস্থ্য বিভাগৰ মতে, ইয়াৰে প্ৰায় ৬৮ শতাংশ সংক্ৰমণ অক্টোবৰ মাহত হৈছে।

উল্লেখ্য যে সংক্ৰমিত এডিছ প্ৰজাতিৰ মহৰ দংশনৰ জৰিয়তে ডেংগু ভাইৰাছ মানুহলৈ বিয়পে। এই ৰোগ সংক্ৰমণ হোৱাৰ ফলত সংক্ৰমিত ব্যক্তিৰ জ্বৰ, শৰীৰৰ বিষ, ওকালি অহা, বমি, আভ্যন্তৰীণ ৰক্তক্ষৰণ বা ৰক্তচাপ মাৰাত্মক হ্ৰাস হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm
আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm
ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd