DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে তিনিবাৰ পিছুওৱাৰ পাছত অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল ডেনমাৰ্কৰ প্ৰধান মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 5:53 pm
পত্নীৰ সৈতে ডেনমাৰ্কৰ প্ৰধান মন্ত্ৰী, উৎস-ইণ্টাৰনেট

পত্নীৰ সৈতে ডেনমাৰ্কৰ প্ৰধান মন্ত্ৰী, উৎস-ইণ্টাৰনেট

3.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত তিনিবাৰ পিছুওৱাৰ পাছত ডেনমাৰ্কৰ প্ৰধান মন্ত্ৰী মেট্টে ফ্ৰেডেৰিকছেনে বিবাহ পাশত আৱদ্ধ হয়।

প্ৰধান মন্ত্ৰী ফ্ৰেডেৰিকছেনে চলচ্চিত্ৰ নিৰ্মাতা আৰু ফটোগ্ৰাফাৰ ব’ টেংগবাৰ্গৰ  সৈতে বিবাহ পাশত আৱদ্ধ হয়।

প্ৰধান মন্ত্ৰী ফ্ৰেডেৰিকছেনে প্ৰথমবাৰ সাধাৰণ নিৰ্বাচনৰ বাবে বিবাহ পিছুওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বজুৰি আৰম্ভ হোৱা ক’ৰ’না মহামাৰীৰ বাবে ফ্ৰেডেৰিকছেনে দুবাৰ নিজৰ বিবাহ কাৰ্য্যসূচী পিছুৱাবলগীয়া হৈছিল।

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্তত পেলাই ফ্ৰেডেৰিকছেন আৰু ব’ টেংগবাৰ্গ বিবাহ পাশত আৱদ্ধ হয়।

বিগত বৰ্ষৰ ২৭ জুনত ফ্ৰেজেৰিকছেনে ডেনমাৰ্কৰ আটাইতকৈ কম বয়সীয়া প্ৰধান মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা ল’কডাউনৰ বাবে বিবাহ অনুষ্ঠান সমূহ পিছুৱাই দিয়া হৈছিল।

পৰৱৰ্তী সময়ত প্ৰশাসনৰ নিৰ্দেশ অনুসৰি অতি কম সংখ্যক লোকৰ উপস্থিতিত বিবাহ কাৰ্য্য অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া হয়।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd