• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত সাংবাদিকক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দেউৰী সমাজৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 31, 2019 7:31 am
8c505786-a103-4515-92d1-8c7be0275bb2

গুৱাহাটীত দেউৰী সমাজৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেউৰী স্বায়ত্ব পৰিষদৰ দ্বাৰা মাজুলিত সংঘটিত হোৱা অবাধ দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা মাজুলীৰ সাংবাদিক তীৰ্থ ভূঞাৰ ওপৰত সংঘটিত হোৱা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে দেউৰী সমাজে।

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত দেউৰী সমাজৰ একাংশ সচেতন ব্যক্তিয়ে এক সংবাদ মেল সম্বোধন কৰি, ‘বৃহস্পতিবাৰে মাজুলীৰ সাংবাদিক গৰাকীৰ ওপৰত দেউৰী স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মাধৱ দেউৰীৰ ভেৰোণীয়া গুণ্ডা বাহিনীয়ে যি শাৰীৰিক আক্ৰমণ আৰু প্ৰাণনাশৰ ভাবুকি দিছিল সেই বিষয়টোৱে সমগ্ৰ দেউৰী সমাজক লজ্জিত কৰিছে’ বুলি মন্তব্য কৰে।

Apply Now

‘’আজি দেশৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি সন্মান কৰা সাংবাদিক সকলে যদি সত্য উদঘাটন কৰি বাতৰি পৰিৱেশন কৰিলে ভেৰোণীয়া গুণ্ডাৰ আক্ৰমণৰ সন্মুখীন হয় তেন্তে অনুধাৱন কৰক গণতন্ত্ৰ আজি কি অৱস্থালৈ গতি কৰিছে,’’- দেউৰী সমাজৰ সচেতন ব্যক্তি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা চেন্দী দেউৰীয়ে এইদৰে কয়।

তদুপৰি,’দুৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা মুখ্য মন্ত্ৰীৰ নিজ সমষ্টিত এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক’ বুলি উল্লেখ কৰে দেউৰীয়ে।

তেওঁ লগতে কয়, ‘’দেউৰী স্বায়ত্ব পৰিষদত দুৰ্নীতি সংঘটিত হোৱাটো সত্য। সেই দুৰ্নীতিৰ কথা যোৱা ১০-১৫দিন পূৰ্বে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ জড়িয়তে তথ্য সহকাৰে দাখিল কৰা হৈছিল।‘’

তেওঁ কয় যে অসম চৰকাৰৰ মুখ্য আয়ুক্তক মুখ্য মন্ত্ৰীৰ নিজা সমষ্টিত দেউৰী স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মাধৱ দেউৰীৰ নেতৃত্বত কেনেদৰে দুৰ্নীতি চলি আছে সেই সন্দৰ্ভত প্ৰমাণ সহকাৰে তথ্য প্ৰদান কৰা হৈছিল।

তদুপৰি, বৰ্তমানৰ পৰিষদ খন ভংগ কৰি নতুন পৰিষদ গঠন কৰি তদন্তৰ কৰিব লাগে বুলিও দাবী জনোৱা হৈছিল। কিন্তু সেই বিষয়ত সোণোৱাল চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি উল্লেখ কৰে দেউৰীয়ে।

আনহাতে, এই সংবাদ মেলখনতে সমাজ সেৱক দয়ানন্দ দেউৰীয়ে সমগ্ৰ বিষটোৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “যদি দেউৰী স্বায়ত্ব পৰিষদে দুৰ্নীতি কৰা নাই তেন্তে ৰাইজৰ আগত সৎ সাহস দেখুৱাই তেওঁলোকে কৰা কামৰ প্ৰমাণ কৰক। কিন্তু তাকে কৰিবলৈ সৎ সাহস নথকাত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰাটো অতি নিন্দনীয়।‘’

‘ঘটনাৰ সৈতে জড়িত থকা প্ৰতিজন লোকক কৰায়ত্ত কৰি জেললৈ প্ৰেৰণ কৰিব লাগে’ বুলিও দাবী জনায় তেওঁ।

ইপিনে, সংবাদ মেলখনতে তেওঁলোকে, ‘২০১৬-১৭ আৰু ২০১৭-১৮দুটা বিত্তীয় বর্ষত দেউৰী স্বায়ত্ব পৰিষদত ৫৮কোটি টকাৰ বৃহৎ কেলেংকাৰি সংঘটিত হৈছে’ বুলি দাবী কৰে।

ইয়াৰ ভিতৰত দুয়োটা বিত্তীয় বর্ষত মুঠ ৮৭গৰাকী গাহৰি পালকক এক লাখ টকাকৈ মুঠ ৮৭লাখ টকা প্ৰদান কৰা বুলি দেখুৱাইছে পৰিষদখনে।কিন্তু বাস্তৱত সেই টকাখিনি ৫০-৫০কৰি শৰাধ কৰিছে পৰিষদখনে।

সেইদৰে দেউৰী সমাজৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক উচ্চশিক্ষা গ্ৰহণৰ সুবিধার্থে চৰকাৰে পৰিষদক পুঁজি যোগান ধৰে। কিন্তু  পৰিষদখনে কমিছনৰ স্বাৰ্থত অ’এনজিচিৰ বিষয়া টিকেন্দ্ৰ জিৎ দেউৰীৰ পুত্ৰ দেন্তিচ কুমাৰ দেউৰীক দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীলৈ অহা ৫০হাজাৰ টকা আৰ্থিক সাহায্য প্ৰদান কৰিছে বুলি তেওঁলোকে অভিযোগ কৰে ।

আনহাতে, দয়ানন্দ দেউৰীয়ে উল্লেখ কৰে যে ‘বৃহস্পতিবাৰে মাজুলীৰ সাংবাদিক গৰাকীয়ে দেউৰী স্বায়ত্ব পৰিষদ খনৰ অধ্যক্ষ মানৱ দেউৰীৰ ভাতৃ  গ্ৰীচ দেউৰী, আত্মীয় অপূৰ্ব কুমাৰ দেউৰী আৰু ভিনীয়েক শৰৎ সিং দেউৰীয়ে লুন্ঠণ কৰি  নিৰ্মাণ কৰা এটা ৰাস্তাৰ বাতৰি পৰিৱেশন কৰিবলৈ গৈছিল। তাৰ বাবে সাংবাদিক গৰাকীক শাৰীৰিকভাৱে অপদস্ত আৰু হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল গুণ্ডাবাহিনীয়ে।‘

একেদৰে তেওঁ দেউৰী সমাজত সংঘটিত হোৱা এই ব্যাপক দুৰ্নীতিৰ কথা সকলো জানিও দেউৰী সমাজৰ জাতীয় সংগঠন সমূহ আজি কি কাৰণত নিশ্চুপ হৈ আছে তেওঁলোক আজি মাধৱ দেউৰীৰ ওচৰত বিক্ৰী হৈ গল নেকি বুলিও প্ৰশ্ন কৰে।

আনহাতে, সংবাদ মাধ্যমক তেওঁলোকে জানিবলৈ দিয়ে যে এতিয়া কেৱল ৪০%দুৰ্নীতিৰ কথাহে ৰাজহুৱা কৰা হৈছে আৰু ৬০%দুৰ্নীতিৰ কথা এতিয়াও  ৰাজহুৱা কৰিবলৈ বাকী আছে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd