DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ডাক বিভাগে ঘৰে ঘৰে বিলাব কাশী বিশ্বনাথ মন্দিৰৰ প্ৰসাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 6:16 pm
কাশী মন্দিৰ
305
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ডাক বিভাগৰ কৃপাত এতিয়া ভক্ত সকলে ঘৰতে বহি লাভ কৰিবলৈ সক্ষম হব বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰৰ প্ৰসাদ।

ইয়াৰ বাবে ডাক বিভাগৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

শাৱণ মাহৰ প্ৰথমটো সোমবাৰে দেশৰ বিভিন্ন ৰাজ্য বিশেষকৈ উত্তৰ ভাৰতৰ ৰাজ্য সমূহত কাবাড় উৎসৱ অনুষ্ঠিত কৰা হৈছে।

ভগৱান শিৱৰ আশীৰ্বাদ লাভৰ বাবে কাবাড় উৎসৱৰ দিনা ভক্ত সকলে শিৱ মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰে।

এইবেলি ক’ৰ’ণাতংকৰ বাবে বহুতে বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰলৈ গৈ পূজা কৰিব নোৱাৰিলে।

সেই সকল ভক্তৰ সুবিধাৰ্থে ভাৰতীয় ডাক বিভাগে বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰৰ প্ৰসাদ ভক্তৰ ঘৰে ঘৰে প্ৰেৰণৰ দিহা কৰিছে।

মঙলবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে এই সম্পৰ্কত মন্তব্য কৰি কয় যে যি সকল ভক্তই বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰৰ প্ৰসাদ ডাকযোগে  পাবলৈ বিচাৰে তেওঁলোকে ছিনিয়ৰ ছুপাৰিনটেন্ডেট,বাৰানসী পুব পোষ্টেল ডিভিজনলৈ প্ৰসাদ বিচাৰি আবেদন কৰিব পাৰে।

ইয়াৰ বাবে তেওঁলোকে ২৫১ টকা ইলেকট্ৰ’নিক মানি অৰ্ডাৰ কৰি পঠিয়াব লাগিব।

ডাক বিভাগৰ এনে পদক্ষেপক বহুতে প্ৰশংসা কৰিছে।

Recent News

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd