• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমাধানৰ দিশে অফলাবাসীৰ দীৰ্ঘদিনীয়া সমস্যা! নতুন পদ্ধতিৰে খহনীয়া ৰোধৰ প্ৰচেষ্টা জল সম্পদ বিভাগৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 7, 2021 9:28 am
20210607_075318

ফটো: নৰ্থইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অফলাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ বাবে জল সম্পদ বিভাগে গ্ৰহণ কৰিছে নতুন পদ্ধতি ইৰ’চন শিল।

জল সম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা উৎপল মজুমদাৰৰ নিজা পৰিকল্পনাত খহনীয়া ৰোধৰ এই প্ৰচেষ্টা।

Apply Now

‘ইৰ’চন শিল’ নামৰ এই পদ্ধতিৰ জড়িয়তে ইতিমধ্যে জীয়াধলত গৰাখহনীয়া ৰোধৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু এই পদ্ধতিৰে খহনীয়া ৰোধ কৰাৰ সফল হৈছিল।

ইয়ায়াৰোপৰি আন বহু সৰু সৰু নদীৰ খহনীয়া ৰোধৰ বাবে এই পদ্ধতি প্ৰয়োগত সফল হোৱা বুলি জানিবলৈ দিছে কাৰ্যবাহী অভিযন্তা গৰাকীয়ে।

প্ৰথমবাৰৰ বাবে দিচাংমুখৰ অফলাত এই পদ্ধতিৰে খহনীয়া ৰোধৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। যোৱা ৩ জুনৰ পৰা  অফলাৰ ব্ৰহ্মপুত্ৰৰ পাৰত খহনীয়া ৰোধৰ বাবে এই ইৰ’চন শিল পদ্ধতি প্ৰয়োগ কৰিছে আৰু এই সময়চোৱাত অঞ্চলটোত বৰ্তমান খহনীয়া হোৱা নাই বুলি কয় অভিযন্তা গৰাকীয়ে।

এই নতুন পদ্ধতিত যদি খহনীয়া ৰোধ কৰিব পৰা যায় তেন্তে ভৱিষ্যতে যিকোনো নদীৰ খহনীয়া ৰোধৰ বাবে তাৎক্ষণিকভাৱে এই পদ্ধতি প্ৰয়োগ কৰিব পাৰিব বুলিও কয় কাৰ্যবাহী অভিযন্তা উৎপল মজুমদাৰে।

উল্লেখ্য যে দিচাংমুখৰ অফলাৰ এই বান গৰাখহনীয়াৰ বাতৰি ‘নৰ্থইষ্ট নাও’ত প্ৰচাৰ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী যোগেন মহন আৰু সাংসদ তপন কুমাৰ গগৈয়ে উক্ত খহনীয়াৰ স্থান পৰিদৰ্শন কৰি খহনীয়া ৰোধ কৰিবৰ বাবে ১ কোটি টকাৰ আঁচনি ঘোষণা কৰিছিল। আৰু আজি সেই আঁচনিৰে খহনীয়া ৰোধৰ বাবে জল সম্পদ বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰে।

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও অফলাৰ এই গৰাখহনীয়া ৰোধৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তৎক্ষাণিকভাৱে অফলাৰ গৰাখহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাত মুখ্যমন্ত্ৰীক ধন্যবাদ জনোৱাৰ লগতে অতি শীঘ্ৰে অফলাৰ এই গৰাখহনীয়া ৰোধৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

দেওবাৰে অফলাত গৰাখহনীয়া ৰোধৰ কামকাজৰ বুজ ল’বলৈ উপস্থিত হয় জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী অভিযন্তা আইভ গোসাই দাসগুপ্তা, অধীক্ষক অভিযন্তা ৰবিন ভূঞা, সহকাৰী কাৰ্যবাহী অভিযন্তা চন্দন বৰপাত্ৰগোঁহাই, কনিষ্ঠ অভিযন্তা ইন্দ্ৰেশ্বৰ কুৰ্মী, ইন্দ্ৰ গগৈ, ভাস্কৰজ্যোতি কলিতাকে ধৰি বিভাগৰ বহুকেইগৰাকী বিষয়া।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd