DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আন্দোলনৰ বাবে সাজু পাঁচমাহে দৰমহাৰ পৰা বঞ্চিত ৰাজ্যখনৰ ৫,৯২৪ গৰাকী হাইস্কুল শিক্ষক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2019 7:46 am
Teachers-1-990x660

হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষক প্ৰতিবাদ। ফাইল ফটো

277
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ ৫,৯২৪ গৰাকী ঠিকাভিত্তিক হাইস্কুল শিক্ষকৰ পাঁচমাহৰ দৰমহা ৰাজ্য চৰকাৰে মুকলি কৰি দিয়া নাই। যোৱা মাৰ্চ মাহৰ পৰা জুলাই মাহলৈকে এই পাঁচমাহৰ দৰমহা চৰকাৰে মুকলি কৰি নিদিয়াৰ ফলত শিক্ষকসকলে চৰম দুৰ্দশা ভোগ কৰিবলগীয়া হৈছে।

সদৌ অসম মাধ্যমিক ঠিকাভিত্তিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক মহীধৰ কলিতাই শনিবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে।

কলিতাই জানিব দিয়ে যে তেওঁলোকৰ প্ৰাপ্য দৰমহাৰ দাবীত যোৱা ২৯জুনত সংস্থাৰ এটা প্ৰতিনিধি দলে মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ দাখিল কৰিছিল।

মুখ্য মন্ত্ৰীয়ে তেওঁলোকক শীঘ্ৰে দৰমহা মুকলি কৰি দিয়াৰ আশ্বাস দিছিল যদিও সেই আশ্বাস আজিলৈকে পূৰণ নহ’ল।

কলিতাই লগতে জানিবলৈ দিয়ে যে তেওঁলোকৰ প্ৰাপ্য দৰমহা মুকলি কৰি দিয়াৰ দাবী লৈ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক সাক্ষাৎ কৰিবলৈ তেওঁৰ দিচপুৰৰ চৰকাৰী বাসভৱনলৈ গৈছিল যদিও শিক্ষা মন্ত্ৰীয়ে কোনো কথা শুনিব নিবিচাৰিলে আৰু তেওঁলোকক অপমান কৰিহে পঠিয়ায়।

উল্লেখ্য যে ঠিকাভিত্তিক উক্ত শিক্ষকসকলৰ ঠিকাৰ ম্যাদ ২৯ ফেব্ৰুৱাৰিতে উকলি যায় যদিও চৰকাৰে যোৱা ১২ জুনতহে তেওঁলোকৰ চাকৰিৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰে।

বিগত পাঁচ মাহে দৰমহাৰ পৰা বঞ্চিত ঠিকাভিত্তিক শিক্ষকসকলে অহা ২ আগষ্টৰ পৰা ৪ দিন প্ৰতিখন জিলাতে সৰ্বাত্মক শ্ৰেণী বৰ্জন আৰু জিলা উপায়ুক্ত কাৰ্যালয়, বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱস বৰ্জন কৰি গুৱাহাটীত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে।

Recent News

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd