• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণ আৰু হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু ধৰ্মগুৰু ৰাম ৰহিম কৰ’নাত আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2021 10:51 am
WhatsApp Image 2021-06-07 at 10.24.33 AM

ৰাম ৰহিম।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্ষণ আৰু হত্যাৰ অপৰাধত অভিযুক্ত হৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিপ্ৰাপ্ত স্বয়ম্ভু ধৰ্মগুৰু ৰাম ৰহিম কৰ’নাত আক্ৰান্ত হৈছে।

হাৰিয়ানাৰ ৰোহতকৰ ছুনাৰিয়া জিলাত বন্দীত্বৰ জীৱন যাপন কৰা ৰাম ৰহিমক দেওবাৰে গুৰগাঁৱৰ এখন বেচৰকাৰী হাস্পাতাললৈ নিয়া হয়।

Apply Now

যোৱা ৩জুনত পেটৰ বিষত ভোগাৰ পাছত তেওঁক ৰোহতকৰ পি জি ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সলৈ নি কেইবাটাও পৰীক্ষা কৰা হয় যদিও ৫৩ বছৰীয়া স্বয়ম্ভু ধৰ্মগুৰুগৰাকীয়ে কৰ’না টেষ্ট কৰিবলৈ অমান্তি হয়।

অৱশেষত দেওবাৰে তেওঁক গুৰগাঁৱৰ মেদান্ত হাস্পাতললৈ লৈ গৈ কৰ’না টেষ্ট কৰা হয় আৰু কোভিড-১৯ পজিটিভ ধৰা পৰে।

উল্লেখ্য যে যোৱা মাহতেই পেৰ’লত মুক্তি পাইছিল ৰাম ৰহিমে। অসুস্থ মাতৃক চাবলৈ যোৱাৰ বাবে তেওঁক সাময়িকভাৱে মুক্তি দিছিল। তেওঁৰ এই মুক্তিৰ বিৰোধিতা কৰি বিভিন্নজনে সৰৱ হৈ পৰিছিল।

২০১৭চনৰ ২৫ আগষ্টত ধৰ্মীয় সংগঠন ডেৰা চাচা চৌদাৰ মুৰব্বী ৰাম ৰহিমক ২০বছৰৰ কাৰাদণ্ড বিহিছিল আদালতে। দুগৰাকী মহিলাক ধৰ্ষণৰ অপৰাধত অভিযুক্ত হোৱাৰ লগতে সাংবাদিক ৰামচন্দৰ ছত্ৰপতিৰ হত্যাৰ অপৰাধত দোষী সাৱ্যস্ত হৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল ৰাম ৰহিম।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

October 21, 2026 10:19 pm
আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

October 21, 2026 8:45 pm
‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

October 21, 2026 7:36 pm
অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

October 21, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

October 21, 2026 10:19 pm
আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

October 21, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd