• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিতৰ্কিত ভিডিঅ’: আমছুক উভতি ধৰিলে দেশী জনগোষ্ঠীয় মঞ্চ অসমে

'দেশীসকলে আমছুৰ খালৈৰ ভিতৰত নোসোমায়'

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 22, 2021 3:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দুদিনমানৰ পৰা আমছুৰ এজন দ্বিতীয় শ্ৰেণীৰ নেতাৰ এটি ভিডিঅ’ বৰকৈ ভাইৰেল হৈছে আৰু এই ভিডিঅ’ৰ বক্তৱ্যত দেশী জনগোষ্ঠীয় মঞ্চ, অসমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

দেশী জনগোষ্ঠীয় মঞ্চ, অসমে এক বিবৃতিত কয়—উল্লেখিত ভিডিঅ’টোত আমছুৱে অসমৰ ডেৰ কোটি মুছলমানক লৈ আছুৰ বিকল্প আন্দোলন আৰম্ভ কৰাৰ কথা বাৰে বাৰে দোহাৰিছে।

Apply Now

আমছুৱে আন্দোলন কৰক, পাহাৰ কাটি নদী বোৱাই লওক, দিল্লী – দিশপুৰ উত্তাল কৰক, তাত আমাৰ কব লগা একো নাই। আমাৰ ক’ব লগা কথাটো হল বাৰে বাৰে আমাক সাঙুৰি লৈ কিয় আমছুৱে বক্তৱ্য দিয়ে? পশ্চিম অসমত বসবাস কৰা ১৪ লাখ ৩৩ হেজাৰ দেশী জনগোষ্ঠীৰ মানুহ আগতেও আমছুৰ লগত নাছিল, এতিয়াও নাই আৰু ভৱিষ্যতেও নাথাকিব। ১৯৮০ চনৰ মাৰ্চ মাহত আমাৰ ঘৰৰ কাষৰ জলেশ্বৰ হাইস্কুলত অধিৱেশন কৰি আমছুৰ জন্ম হৈছিল।

জিঞ্জিৰাম নদীৰ ইপাৰ আৰু সিপাৰ। আমি তেতিয়া প্ৰৱেশিকা পৰীক্ষা দিবলগীয়া ছাত্ৰ। আমি সেই সময়তো দেখিছো আমাৰ অঞ্চলৰ এজনো দেশী যুৱক ভুলতো আমছুৰ অধিৱেশন লৈ যোৱা নাই।

আমছুৰ চাৰি দশক সম্পূৰ্ণ হোৱাৰ পিছতো দেখিছো দেশী সকল আমছুৰ লগত নাই। ক’ৰবাত দুই এজনে জীৱন- জীৱিকা হিচাবে লৈ আমছুৰ লগত থাকিব পাৰে। গতিকে আমি দেশী জনগোষ্ঠীয় মঞ্চ, অসমে আমছুৰ সেইদিনা বক্তৱ্য দিয়া নেতা গৰাকীক কব বিচাৰো যে আপোনালোকে যি কৰে কৰক মাথোন আমাক লগত সাঙুৰি নলব।

দেশীসকলৰ বিষয়ে চিন্তা কৰিবলৈ তেওলোকৰ জাতীয় সংগঠন আছে, যুৱ ছাত্ৰ সংগঠন আছে, বৌদ্ধিক সমাজ আছে, তেওঁলোকে যি পথ দেখুৱায়, দেশী সকল সেই পথেৰে আগবাঢ়িব। আগৰ দৰে খালৈত ভৰাই লৈ দিশপুৰত বিক্ৰী কৰাৰ কৌশল কৰি লাভ নাই। আমি সকিয়াই নিদিও, পুনৰ দোহাৰিছো, দেশী সকলক বাৰে বাৰে মাজলৈ টানি আনি কলংকিত নকৰিব।

মুছলমান মুছলমান ভাই ভাই, সেই সূত্ৰত দেশী সকল নাই। হিন্দু- মুছলমান খিলঞ্জীয়া , এক হওঁক সকলো অসমীয়া।

এইদৰে আজি সংবাদ মাধ্যমক অৱগত কৰে দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাপতি শ্বেখ হেদায়েতুল্লাহই।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd