• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চান্দা দিবলৈ আইনী অনুমতি নথকা কোম্পানীয়ে ইলেক্ট্ৰৰেল বণ্ডৰ দ্বাৰা দিলে ১০৩ কোটিৰ চান্দা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2024 3:18 pm
electoral bonds
1.6k
VIEWS
Share on FacebookShare on Twitter

পুনৰ ইলেক্ট্ৰৰেল বণ্ডৰ দ্বাৰা সংঘটিত ব্যাপক কেলেংকাৰী উজাগৰ হৈছে৷ শেহতীয়াকৈ নিৰ্বাচনী বণ্ড সন্দৰ্ভত প্ৰকাশ পোৱা তথ্যত প্ৰকাশ পাইছে যে কমেও ২০টা নতুন কোম্পানীয়ে বণ্ডৰ জৰিয়তে প্ৰায় ১০৩ কোটি টকা দান কৰিছে, যাৰ অস্তিত্ব তিনি বছৰতকৈয়ো কম। আইন অনুসৰি এনে কোম্পানীয়ে ৰাজনৈতিক অনুদান দিব নোৱাৰে।

দ্য হিন্দুৰ প্ৰতিবেদন অনুসৰি এই কোম্পানীসমূহে প্ৰথম নিৰ্বাচনী বণ্ড ক্ৰয় কৰাৰ সময়ত ইয়াৰে পাঁচটা কোম্পানী এবছৰতকৈও কম সময়ৰ বাবে আছিল। ইয়াৰে সাতটা এবছৰীয়া আৰু আন আঠটা মাত্ৰ দুবছৰ সম্পূৰ্ণ কৰিছিল।

উল্লেখ্য যে, ২০১৯ চনত ভাৰতীয় অৰ্থনীতি মন্দাৱস্থা অথবা মহামাৰীৰ মাজতে এই কোম্পানীসমূহৰ বহুকেইটা কোম্পানী আৰম্ভ হৈছিল। এই কোম্পানীসমূহে গঠন হোৱাৰ মাত্ৰ কেইমাহমানৰ পাছতে কোটি কোটি টকাৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল।

খবৰ অনুসৰি ১৯৮৫ চনৰ পৰা প্ৰতিষ্ঠাৰ তিনি বছৰৰ কম কোম্পানীক ৰাজনৈতিক অনুদান দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেৱল ৰাজনৈতিক দলক দান দিয়াৰ উদ্দেশ্যে শ্বেল কোম্পানী স্থাপন কৰা নহয় আৰু এইদৰে ধন সৰবৰাহৰ মাধ্যমত পৰিণত নহয় তাৰ বাবে এই নিয়ম কৰা হৈছিল।

The Hinduৰ প্ৰতিবেদনত তালিকাভুক্ত ২০ টা কোম্পানীৰ ভিতৰত ১২ টা কোম্পানীৰ হায়দৰাবাদত মুখ্য কাৰ্যালয় আছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই ১২টা কোম্পানীয়ে একেলগে ৩৭.৫ কোটি টকা অনুদান আগবঢ়াইছে আৰু ইয়াৰে প্ৰায় ৭৫ শতাংশ ভাৰত ৰাষ্ট্ৰ সমিতিয়ে (বি আৰ এছ), বাকীখিনি আন দল তেলেগু দেশম পাৰ্টি (টিডিপি), কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ একাউণ্টলৈ আহে৷

Recent News

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd