• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাটঅফ কমাই আসন ভৰ্তি! চৰম বিশৃংখলতাৰ বাবে দেশৰ চিকিৎসা শিক্ষাৰ সন্মুখত অন্ধকাৰ ভৱিষ্যত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2026 11:56 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা ব্যৱস্থাত এক চৰম বিশৃংখলতাৰ  সৃষ্টি হৈছে। ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে দেশত মুঠ পিজি মেডিকেল আসনৰ সংখ্যা ৬৭ হাজাৰৰো অধিক যদিও এই বিশাল সংখ্যক আসনৰ ভিতৰত হাজাৰ হাজাৰ আসন খালী হৈ আছে।

NEET PG 2025 ৰ বাবে প্ৰায় ২.৩ লাখ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। প্ৰাথমিক কাটঅফ আছিল জেনেৰেল/ইডব্লিউএছৰ বাবে ২৭৬ নম্বৰ (৫০ শতাংশ), জেনেৰেল পিডব্লিউবিডিৰ বাবে ২৫৫ আৰু এছচি/এছটি/অবিচিৰ বাবে ২৩৫ নম্বৰ।

Apply Now

কিন্তু দুটা ৰাউণ্ডৰ কাউন্সেলিঙৰ অন্তত প্ৰায় ১৮ হাজাৰ আসন খালী ৰোৱাৰ পিছত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু এনবিইএমএছে এই কাটঅফ ব্যাপক হ্ৰাস কৰিছে।

তৃতীয় ৰাউণ্ডৰ বাবে জেনেৰেল/ইডব্লিউএছৰ বাবে কাটঅফ ৭ শতাংশ কমাই ১০৩ নম্বৰলৈ, জেনেৰেল পিডব্লিউবিডিৰ বাবে ৫ শতাং কমাই ৯০ নম্বৰলৈ আৰু এছচি/এছটি/অবিচিৰ বাবে শতাংশ শূন্যলৈ কমাই ৪০ নম্বৰলৈকে হ্ৰাস কৰি (ঋণাত্মক নম্বৰৰ বাবে) যোগ্যতা নিৰ্ধাৰণ কৰা হৈছে।

ফলত এতিয়া যিকোনো প্ৰাৰ্থীয়ে ঋণাত্মক নম্বৰ পাইও কাউন্সেলিঙত অংশগ্ৰহণ কৰিব পাৰিব। এই সিদ্ধান্তৰ স্পষ্ট উদ্দেশ্য হৈছে আসনৰ অপচয় ৰোধ কৰা। কিন্তু ইয়াৰ ফলত চিকিৎসা জগতত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। আটাইতকৈ চিন্তনীয় কথাটো হ’ল খালী ৰোৱা আসনৰ আধাতকৈও অধিক ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত। ইয়াত মাচুল ২৫ লাখৰ পৰা ১ কোটি টকাৰ ওপৰত।

বহু প্ৰাৰ্থীয়ে অধিক মাচুল, নন-ক্লিনিকেল শাখা (যেনে এনাটমী, ফিজিঅ’লজী), দূৰৈৰ কলেজ বা দুৰ্বল আন্তঃগাঁথনিৰ বাবে আসন গ্ৰহণ নকৰে। ফলস্বৰূপে চৰকাৰী কিছু আসন খালী হৈয়েই আছে যদিও ব্যক্তিগত কলেজৰ আসন আটাইতকৈ বেছি পূৰণ নোহোৱাকৈ আছে। চিকিৎসা সংস্থাসমূহে কয় যে এই কাটঅফ হ্ৰাসে মেধাক (মেৰিট) ক্ষতিগ্ৰস্ত কৰিছে।

যোগ্য প্ৰাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰে আৰু উচ্চ নম্বৰ লাভ কৰে, কিন্তু ঋণাত্মক নম্বৰ পোৱা প্ৰাৰ্থীসকলে এতিয়া সুযোগ পাব, যাৰ ফলত চিকিৎসা শিক্ষাৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন হয়।

এনবিইএমএছ আৰু স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰে যে সকলো প্ৰাৰ্থী এমবিবিএছ উত্তীৰ্ণ চিকিৎসক, গতিকে তেওঁলোক প্ৰশিক্ষণৰ বাবে যোগ্য। কিন্তু সমালোচকসকলে কয় যে ব্যক্তিগত মহাবিদ্যালয়সমূহত আসন পূৰণৰ বাবে এই কাম কৰা হৈছে, য’ত মাচুল অতিৰিক্ত আৰু গুণগত মানৰ ওপৰত প্ৰশ্ন আছে।

যোৱা কেইবছৰমানৰ পৰা এনে কাটঅফ হ্ৰাস পাইছে যদিও সমস্যাটো সমাধান হোৱা নাই। প্ৰশ্ন উত্থাপন হয় যে চাহিদা নাথাকিলে কিয় ইমানবোৰ আসন বৃদ্ধি কৰা হৈছে? ব্যক্তিগত কলেজৰ মাচুল কিয় নিয়ন্ত্ৰণ কৰা হোৱা নাই? নন-ক্লিনিকেল শাখাৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ কোনো পদক্ষেপ কিয় কৰা হোৱা নাই?

এই পৰিস্থিতিয়ে দেখুৱাইছে যে ভাৰতত চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত গভীৰ সংকটৰ সৃষ্টি হৈছে। এফালে চিকিৎসকৰ অভাৱ, আনফালে খালী আসন। কাটঅফ কমাই আসন ভৰোৱাটো হয়তো হ্ৰস্বম্যাদী সমাধান হ’ব পাৰে, কিন্তু দীৰ্ঘম্যাদীভাৱে চিকিৎসকৰ মানদণ্ড, ৰোগীৰ সুৰক্ষা, দেশৰ স্বাস্থ্য ব্যৱস্থাৰ ক্ষতি হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd