• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৰু দক্ষিণা! হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ আনিছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যই; আজি নিজেই বঞ্চিত টিকটৰ পৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2026 7:16 pm
102
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জনতা পাৰ্টিয়ে অসম বিধানসভা নিৰ্বাচনৰ বাবে ৮৮ গৰাকী প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ কৰিছে। বৰ্তমানৰ কেইবাজনো বিধায়কক বাদ দি নতুন মুখক অগ্ৰাধিকাৰেৰে নিজৰ আধিপত্য সুদৃঢ় কৰিবলৈ কৌশলগতভাৱে সমষ্টি দখলৰ পৰিকল্পনা কাৰ্যকৰী কৰে।

উল্লেখ্য যে বাদ পৰাসকলৰ ভিতৰত আছে অসম বিজেপিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যও। তেওঁক নিউ গুৱাহাটী সমষ্টিত টিকটৰ পৰা বঞ্চিত কৰা হৈছে। তেওঁৰ ঠাইত দলে প্ৰক্ষেপ কৰিছে বৰ্তমান চামগুৰিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাক।

Apply Now

বিজেপিৰ সৈতে সুদীৰ্ঘ সম্পৰ্ক আৰু অসমত দলৰ বিকাশত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা বিবেচনা কৰি ভট্টাচাৰ্যক বঞ্চিত কৰা কাৰ্যই ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে। ১৯৯৫ চনত বিজেপিত যোগদান কৰি ২০১৪–১৫ চনত ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ঠাইত সৰ্বানন্দ সোণোৱালক নিযুক্তি দিয়া হয়।

সকলোৱে জানে, হিমন্ত বিশ্ব শৰ্মাক বিজেপিত প্ৰৱেশৰ সুবিধা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যই। সেই সময়ত তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতি আছিল।

তেওঁৰ উত্থান-পতনৰ নিৰ্বাচনী যাত্ৰাৰ মাজত ২০১১ চনত পূব গুৱাহাটী আসনখনত পৰাজিত হলেও ২০১৬ চনত বিশাল বিজয় সাৱ্যস্ত কৰা ভট্টাচাৰ্যই ২০১৮ চনৰ পৰা ২০২১ চনলৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু মন্ত্ৰিত্ব আৰু এতিয়া প্ৰাৰ্থিত্ব দুয়োটাৰে পৰা বঞ্চিত হোৱাৰ পিছত দলৰ ভিতৰত চলি থকা পৰিৱৰ্তন আৰু ক্ষমতাৰ অৰিয়াঅৰিয়ে তীব্ৰ চৰ্চা লাভ কৰিছে।

ভট্টাচাৰ্যই ২০১১ চনত পূব গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ ৰবিন বৰদলৈৰ হাতত ৩,৯৯৭ ভোটত পৰাস্ত হৈছিল। কিন্তু ২০১৬ চনত তেওঁ কংগ্ৰেছৰ ববিতা শৰ্মাতকৈ ৯৬,৬৩৭ ভোটৰ ব্যৱধানত আসনখন দখল কৰিবলৈ সক্ষম হৈছিল। ২০১৮-২০২১ বৰ্ষত শিক্ষামন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰা তেওঁক কেবিনেটৰ পৰা বাদ দিয়া হয়।

এতিয়া কথা হ’ল বিয়াগোম দুৰ্নীতিৰ অভিযোগৰ চৰ্চা চলি থকাৰ মাজতে যিগৰাকী হিমন্ত বিশ্ব শৰ্মাক তেওঁ ৰঙা দলিচা পাৰি বিজেপিৰ মজিয়ালৈ আদৰি আনিছিল, তেওঁৱেই এতিয়া দলৰ সৰ্বেসৰ্বা হৈ সিদ্ধাৰ্থ ভট্টাচাৰ্যক টিকটৰ পৰা বঞ্চিত কৰি গুৰু দক্ষিণা দিয়া বুলি চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd