• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ডিটেনশ্যন কেম্পৰ বন্দীক “কঠিন চৰ্ত”ত মুকলিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

ডিটেনশ্যন কেম্পৰ বন্দীৰ দুৰ্দশা বিষয়ক গোচৰৰ শুনানিত গুৰুত্বপূৰ্ণ ৰায় শীৰ্ষ আদালতৰ

ৰূপা সৰকাৰ by ৰূপা সৰকাৰ
May 11, 2019 7:19 am
supreme-court_of_India-750x375-1-1140x570-1024x512

উচ্চতম ন্যায়ালয়। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ডিটেনশ্যন কেম্পবিলাকৰ বন্দীসকলৰ বিষয়টোত আজি দেশৰ উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰে কয় যে যিসকল বন্দীয়ে ইতিপূৰ্বে ৩ বছৰৰ বন্দিত্বৰ জীৱন কটাইছে, তেওঁলোকক মুকলি আকাশলৈ যাবলৈ দিব পাৰি।

কিন্তু মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ খান্নাৰ বিচাৰপীঠখনে এই বন্দীসকলক মুকলি কৰি দিয়াৰ বাবে কেইটামান “কঠিন চৰ্ত” আৰোপ কৰি দিয়ে।

Apply Now

নিচেই কমেও তিনি বছৰ বন্দিত্ব জীৱন কটোৱাৰ উপৰি আনবোৰ চৰ্ত হ’ল :

১। দুজন ভাৰতীয়ক জামিনদাৰ হিচাপে গাইপতি ১ লাখকৈ টকাৰ বণ্ড দিব লাগিব

২। মুকলি হোৱাৰ পিছত থাকিব লগীয়া আৰু সত্যাপনীয় (verifiable) ঠিকনা দাখিল কৰিব লাগিব

৩। চকুৰ মণিৰ বায়’মেট্ৰিক তথ্য

৪। হাতৰ দহোটা আঙুলিৰ ছাপ

৫। ডিটেনশ্যন কেম্পৰ পৰা এৰি দিয়াৰ পূৰ্বে উক্ত বন্দীৰ ফটো লৈ সেইবোৰ বিদেশী ন্যায়াধিকৰণৰ সুৰক্ষিত ডেটাবেছত ৰাখিব লাগিব

এই চৰ্তবোৰৰ উপৰি শীৰ্ষ আদালতখনে কয় যে মুকলি আকাশৰ তললৈ যোৱা ব্যক্তিজনে প্ৰতি সপ্তাহত এবাৰকৈ বিদেশী ন্যায়াধিকৰণে নিৰ্ধাৰণ কৰি দিয়া থানাত উপস্থিতি দিব লাগিব।

যদি তেওঁ থকা ঠাইৰ ঠিকনা সলায় নিৰ্দিষ্ট আৰক্ষী থানাখনত খবৰ দিব লাগিব।

আৰক্ষী পৰিদৰ্শকে (সীমান্ত) উক্ত মুক্ত বন্দীৰ সংশ্লিষ্ট থানাত হাজিৰা দিয়া সম্বন্ধে প্ৰতি তিনি মাহৰ মূৰে মূৰে বিদেশী ন্যায়াধিকৰণক প্ৰতিবেদন দিব লাগিব।

চৰ্ত ভংগ কৰিলে চৰ্তাধীনভাৱে মুকলি আকাশৰ তলত থকা ঘোষিত বিদেশীজনক আটক কৰি বিদেশী ন্যায়াধিকৰণত হাজিৰ কৰোৱা হ’ব।

অসমৰ ডিটেনশ্যন কেম্পবোৰত নিৰ্বিচাৰ আৰু মানৱীয় অধিকাৰবোৰৰ অবিহনে বছৰ বছৰ ধৰি বন্দী হৈ থকা বন্দীসকলৰ দুৰ্দশা বিষয়ক এটা গোচৰৰ শুনানি লৈ আজি শীৰ্ষ আদালতখনে এই গুৰুত্বপূৰ্ণ ৰায়টো দিয়ে।

অৱশ্যে ১ লাখ টকাকৈ দুজন জামিনদাৰ যোগাৰ কৰিব পৰাকৈ এই বন্দীসকলৰ কিমানজন সক্ষম হ’ব সেয়া সন্দেহৰ আৱৰ্তত।

ৰূপা সৰকাৰ

ৰূপা সৰকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd