• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ভাৰতত সংখ্যালঘুৰ ওপৰত আচৰণৰ অৱনতি: R&AWৰ ওপৰত নিষেধাজ্ঞাৰ পৰামৰ্শ মাৰ্কিন কমিছনৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 26, 2025 7:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত সংখ্যালঘুৰ ওপৰত আচৰণৰ অৱনতি ঘটিছে বুলি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা সংক্ৰান্ত কমিছনে (USCIRF) এক প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদনত ভাৰতৰ বৈদেশিক গুপ্তচৰ সংস্থা ৰিচাৰ্চ এণ্ড এনালিচিছ উইং (R&AW)ৰ ওপৰত নিষেধাজ্ঞা জাৰিৰ পৰামৰ্শ কৰা হৈছে।


আমেৰিকা আৰু কানাডাত শিখ বিচ্ছিন্নতাবাদীৰ হত্যাৰ ষড়যন্ত্ৰত R&AWৰজড়িত থকাৰ অভিযোগ উত্থাপন কৰি কমিছনে ভাৰতক নিৰ্দিষ্ট কাৰণত উদ্বেগজনক দেশ হিচাপে চিহ্নিত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে।

Apply Now

২০২৩ চনত আমেৰিকাই অভিযোগ কৰিছিল যে ভাৰতে খলিস্তানিক আমেৰিকা আৰু কানাডাত হত্যাৰ চেষ্টা কৰিছিল, যাৰ ফলত দুয়োখন দেশৰ সম্পৰ্কত তিক্ততাৰ সৃষ্টি হৈছিল। প্ৰাক্তন গুপ্তচৰ বিকাশ যাদৱৰ বিৰুদ্ধে আমেৰিকাই গ্ৰেপ্তাৰী পৰোৱান জাৰি কৰিছিল, যদিও ভাৰতে এই অভিযোগ অস্বীকাৰ কৰিছিল।

প্ৰতিবেদনত কোৱা হৈছে, ২০২৪ চনত ভাৰতত ধৰ্মীয় স্বাধীনতাৰ অৱনতি ঘটাৰ লগতে সংখ্যালঘুৰ ওপৰত হাৰাশাস্তি আৰু বৈষম্য বৃদ্ধি পাইছে। হিন্দু জাতীয়তাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ ভাৰতীয় জনতা পাৰ্টিয়ে মুছলমান আৰু অন্যান্য সংখ্যালঘুৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ আৰু অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। বিগত বৰ্ষৰ নিৰ্বাচনৰ সময়ত মোদীয়ে মুছলমানক অনুপ্ৰৱেশকাৰী বুলি মন্তব্য কৰাৰ কথাও উল্লেখ কৰিছে প্ৰতিবেদনখনত।

মাৰ্কিন বিদেশ মন্ত্ৰণালয়ৰ প্ৰতিবেদনত সংখ্যালঘুৰ নিৰ্যাতনৰ কথা উত্থাপন কৰিলে ভাৰতে সদায় ইয়াক একপক্ষীয় বুলি খাৰিজ কৰি আহিছে। অৱশ্যে এই প্ৰতিবেদন সন্দৰ্ভত ভাৰতে এতিয়ালৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ প্ৰবীণ চিকিৎসক ড° দেৱী চৰণ চৌধুৰীৰ দেহাৱসান

অসমৰ প্ৰবীণ চিকিৎসক ড° দেৱী চৰণ চৌধুৰীৰ দেহাৱসান

August 5, 2026 11:22 am
কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

August 5, 2026 10:09 am
য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

August 5, 2026 9:08 am
‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

August 5, 2026 7:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ প্ৰবীণ চিকিৎসক ড° দেৱী চৰণ চৌধুৰীৰ দেহাৱসান

অসমৰ প্ৰবীণ চিকিৎসক ড° দেৱী চৰণ চৌধুৰীৰ দেহাৱসান

August 5, 2026 11:22 am
কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

August 5, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd