• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াত উচন প্ৰাথমিক বিদ্যালয়; বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ ভাবুকি

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
July 23, 2020 6:35 pm
FB_IMG_1595479857372

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াই বৰ্তমান নগাঁও আৰু শোণিতপুৰ জিলাৰ নৈপৰীয়া অঞ্চলত কালৰূপ ধাৰণ কৰিছে।

ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াই নগাঁও জিলাৰ বৃহত্তৰ লাওঁখোৱা অঞ্চলৰ লগতে ভগামুখৰ বিস্তীৰ্ণ অঞ্চল আৰু শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিতো বিস্তৰ ক্ষতিসাধন কৰিছে৷

Apply Now

শোণিতপুৰ জিলাৰ অধীনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা বুঢ়াচাপৰিত বানপানীৰ লগতে গৰাখহনীয়াই প্ৰতিবছৰে নৈপৰীয়া ভূমিখণ্ড চপৰা-চপৰে খহাই ঝাৰণি, শিশুআটি আদি কেইবাখনো গাওঁ ওচন কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰি আহিছে।

ইপিনে, বহু সময়ত চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগী ৰাইজে উত্থাপন কৰি আহিছে।

এইবাৰো ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়া বৃদ্ধি পোৱাত এই সমাধানহীন প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি উচন হ’ল শোণিতপুৰ জিলাৰ অন্তৰ্গত ধনীয়া গাওঁস্থিত বুঢ়াচাপৰি প্ৰাথমিক বিদ্যালয়খন।

ব্ৰহ্মপুত্ৰৰ বুকুত পৰ্য্যায়ক্ৰমে বিলীন হ’ল ধনীয়া গাঁওস্থিত বিদ্যালয় খনৰ দুটাকৈ পৰিত্যক্ত গৃহ।

লগে-লগে চৰম অনিশ্চয়তাই আবৰি ধৰিছে গাওঁখনৰ বহু সংখ্যক স্থায়ী পৰিয়ালক। কোন সময়ত হেঁপাহৰ ঘৰখন, ভেঁটি-মাটি লুইতৰ বুকুত নিঃচিহ্ন হয় তাৰ নিশ্চয়তা পৰিয়াল সমূহৰ প্ৰায় নাইকীয়া হৈছে।

বৰ্তমান শোণিতপুৰ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত কেৱল বুঢ়াচাপৰি গাঁৱলৈয়ে যে চৰম ভাবুকি নামি আহিছে তেনে নহয়, ইয়াৰ সমান্তৰালভাৱে বিভিন্ন প্ৰজাতিৰ বহু সংখ্যক বন্য জীৱ-জন্তুৱে গিজগিজাই থকা সমীপৱৰ্ত্তী বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈও তীব্ৰ ভাবুকি আনিছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল বান আৰু গৰাখহনীয়াই।

শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি অঞ্চলৰ বান আৰু গৰাখহনীয়াৰ বাতৰি সংবাদ মাধ্যমত প্ৰতিবছৰে সময়ে-সময়ে সম্প্ৰচাৰ কৰি অহাৰ পাছতো আজি পৰ্যন্ত চৰকাৰ, জিলা প্ৰশাসন তথা সংশ্লিষ্ট জলসম্পদ বিভাগে অঞ্চলটোক বান-গৰাখহনীয়া সমস্যাৰ পৰা ৰক্ষা কৰিবৰ বাবে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নগ’ল।

যাৰ বাবে বছৰ বছৰ ধৰি বান আৰু গৰাখহনীয়াৰ সমস্যাত ভূগি থকা শোণিতপুৰৰ বুঢ়াচাপৰিৰ ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৷

আনহাতে, নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত লাওঁখোৱাৰ ভগামুখ অঞ্চলটোতো বছৰৰ তৃতীয়টো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। যাৰ বাবে বহুলোকৰ পৰিয়াল, ভেঁটি-মাটি, খেতি-বাৰি বানত ক্ষতিগ্ৰস্ত হৈছে।

লক্ষণীয়ভাবে, বৃহত্তৰ অঞ্চলটোত অকস্মাৎ বৃদ্ধি পোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চামগুৰি লাওঁখোৱাৰ ৬নং ভগামুখৰ মাজেৰে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ অহা-যোৱা কৰা একমাত্ৰ পথটোৰ এচোৱা ছিঙি নিয়াত এতিয়া বন্যপ্ৰাণী অভয়াৰণ্য খনৰ লগতে ৬নং আৰু ৭নং ভগামুখৰ বৃহত্তৰ অঞ্চলটোৰ মাজত যোগাযোগ একপ্ৰকাৰ বিছিন্ন হৈ পৰা পৰিলক্ষিত হৈছে।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd