• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথৰ বৰপথাৰত দিৰিং নদীৰ বানৰ কবলত শতাধিক বাসগৃহ

চিগিল কমাৰজান - বালিচাং আৰু মাজুলীগড়- দলংগুৰি সংযোগী পথ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
June 9, 2021 3:11 pm
bbbnnn
183
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথৰ বৰপথাৰত বানে সংহাৰী ৰূপ কৰিছে।

‌ বাঢ়নী পানীয়ে সংযোগ বিচ্ছিন্ন কৰিলে বিশ্বনাথৰ বৰপথাৰ আৰু মাজুলীগড় পথ। পানীৰ তলত ডুব গৈছে বহু লোকৰ ঘৰ দুৱাৰ ।

এফালে মহামাৰী কৰোনাৰ আতংক আৰু আনফালে ভূতৰ ওপৰত দানহৰ
ৰূপ লৈছে ৰাজ্যত বানৰ সন্ত্ৰাসে।

যোৱা কেইবাদিনো ধৰি বিশ্বনাথত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত এতিয়া বানৰ কবলত পৰিছে বিশ্বনাথৰ উত্তৰ অঞ্চলৰ বৰপথাৰ ।

নেৰা নেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাই বাঢ়িছে এই অঞ্চলত দিৰিং নদীৰ পানী ।
ফলত নিশাটোৰ ভিতৰতে অঞ্চলটো সম্পূৰ্ণ জলমগ্ন কৰিছে বানে।

আনকি এই অঞ্চলৰ কেইবাখনো গাওঁৰ সংযোগী পথ বৰপথাৰ আৰু মাজুলীগড়ৰ সংযোগী পথটোও উটুৱাই নিলে পানীয়ে।
এই অঞ্চলটোৰ প্ৰায়ে ঘৰবোৰ ডুবি গৈছে বানপানীত।

বহু লোকে নিজৰ ঘৰ দুৱাৰ এৰি ঢাপলি মেলিছে নিৰাপদ স্থানলৈ।
ইফালে নিশাটোৰ ভিতৰতে বানে সন্ত্ৰাস চলোৱাৰ বাবে এই অঞ্চলৰ লোক সকলে তীব্ৰ খাদ্য সংকটত পৰিছে।

এতিয়া বিশ্বনাথ জিলা প্ৰশাসনে বানপানী কবলত পৰা এই সকল লোকৰ বাবে অতি শীঘ্ৰে ব্যবস্থা গ্ৰহণ কৰাৰ দাবী স্থানীয় লোকে।

ৰাজ্যত এফালে কৰোনাৰ সন্ত্ৰাস আৰু আনফালে ঠায়ে ঠায়ে বানপানীৰ তীব্ৰ ৰূপে এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd