• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেৰণাৰ উৎস! এজন দৰ্জীলৈ মাৰাঠী ভাষাৰ সাহিত্য অকাডেমী; দৰ্জী সমাজৰ অকথিত জীৱনৰ কষ্টসম্বলিত উপন্যাসৰ বাবে এই সন্মান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2024 8:16 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰাঠী সাহিত্য মহলত হয়তো দেৱদাস সদাগৰৰ নাম কম বিখ্যাত,কাৰোবাৰ বাবে হয়টো পৰিচিত অথবা কাৰোবাৰ বাবে নহয়৷ কিন্তু এতিয়া সমগ্ৰ দেশতে দেৱদাস সদাগৰৰ নাম চৰ্চিত হৈছে। দৰ্জী সমাজৰ জীৱনৰ ওপৰত ৰচিত সদাগৰৰ উপন্যাস ‘উছৱান’ৰ বাবে তেওঁক মাৰাঠী ভাষাত সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ ২০২৪ বঁটাপ্ৰদান কৰা হৈছে। দেৱীদাস এই পৰ্যায়লৈ দৰিদ্ৰতাৰ পৰা উঠি আহিছিল, দৰিদ্ৰতাৰ বাবে তেওঁৰ নিয়মীয়া বিদ্যালয়ৰ শিক্ষা বন্ধ কৰিছিল যদিও তেওঁ পঢ়া-শুনা এৰি দিয়া নাছিল। মুক্ত বিশ্ববিদ্যালয়ৰ পৰা উপাৰ্জন কৰি অধ্যয়ন সম্পূৰ্ণ কৰে।আনকি উপন্যাসখন প্ৰকাশ কৰিবলৈয়ো সদাগৰে বহু সংগ্ৰাম কৰিবলৈ বাধ্য হৈছিল।

দেৱীদাস সদাগৰ এগৰাকী এনে সাহিত্যিক যাৰ কাহিনী প্ৰেৰণাৰে পৰিপূৰ্ণ। সপ্তম শ্ৰেণীৰ পাছত তেওঁ স্কুল এৰি দৰ্জীৰ কাম আৰম্ভ কৰে আৰু পাঁচ হাজাৰ টকাত চকীদাৰৰ কাম কৰে। ৰেডিমেড কাপোৰে কেনেকৈ দৰ্জীৰ কাপোৰৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিলে, সেই ধাৰণাটোৰ পৰাই সদাগৰৰ কিতাপৰ চিন্তা উদ্ভৱ হয়।

সমগ্ৰ ভাৰতৰ পৰা এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা ২৩ গৰাকী লেখকৰ ভিতৰত অন্যতম সদাগৰে কয়, ‘Covid ৰ সময়ত কোনো কাম নাছিল আৰু মই পূৰ্ণকালীনভাৱে লিখিবলৈ আৰম্ভ কৰিছিলোঁ। ২০২১ চনত কবিতা সংকলন আৰু ২০২২ চনত ‘উছৱান’ সংকলন কৰিলোঁ। ১০ জন ডাঙৰ প্ৰকাশকৰ ওচৰলৈ লৈ গ’লোঁ, কিন্তু উপন্যাসখন নাকচ কৰা হ’ল।’

Apply Now

তদুপৰি সদাগৰে উল্লেখ কৰে যে শেষত দেশমুখ এণ্ড কোম্পানীৰ মুক্তা গ’ড়বোলেই উপন্যাসখনৰ ৫০০ কপি প্ৰকাশ কৰিছিল। ৩৩ বছৰীয়া মুক্তা মহাৰাষ্ট্ৰৰ প্ৰৱণ ধৰাশিৱ (পূৰ্বৰ ওছমানবাদ) জিলাৰ তুলজাপুৰত দৰিদ্ৰতাৰ মাজতে ডাঙৰ-দীঘল হৈছিল। নিজৰ মাটি নোহোৱাকৈয়ে তেওঁৰ ককাক আৰু দেউতাকে কৃষি শ্ৰমিক হিচাপে কাম কৰিছিল আৰু এটা অস্থায়ী ঘৰত বাস কৰিছিল।

২০০৬ চনত সদাগৰে ঘৰৰ কাষৰ আই টি আই (পলিটেকনিক) এখনত দুবছৰ মটৰ মেকানিকৰ শিক্ষা গ্ৰহণ কৰিছিল যদিও ২০০৮ চনৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে সদাগৰৰ হাতত কোনো কাম নাছিল। সেইসময়তে তেওঁ উল্লেখ কৰে যে, ‘সেই সময়ত মই টেইলাৰিং আৰম্ভ কৰিছিলোঁ। জুনিয়ৰ কলেজত এডমিচন লৈছিলোঁ, কিন্তু পূৰ্ণকালীন কাম কৰাৰ বাবে মোৰ হাতত টকা-পইচা বা পঢ়া-শুনা কৰিবলৈ সময় নাছিল।

সদাগৰে সাহস নেহেৰুৱাই মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি ইতিহাসত এম এ কৰি ইংৰাজী-মাৰাঠী টাইপিং শিকি চাকৰিৰ সম্ভাৱনা বৃদ্ধি কৰে।

এটা সাক্ষাৎকাৰত দেৱদাসে কয় যে, ‘আমাৰ ঘৰত ৰেডিঅ’ নাছিল যদিও ওচৰৰ গাঁৱৰ লাইব্ৰেৰীত কমিকছ আছিল, যিবোৰ মই পঢ়িছিলোঁ। ডাঙৰ হৈ অহাৰ লগে লগে অান্নাভাউ সাথেৰ কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ।’ সদাগৰে১৮ বছৰ বয়সলৈকে কবিতা আৰু গল্প লিখিবলৈ আৰম্ভ কৰিছিল। ২০১৪–১৫ চনৰ আশে-পাশে তেওঁৰ চেলফোন নম্বৰৰ সৈতে তেওঁৰ এটা কবিতা মাৰাঠী কাকতত প্ৰকাশ পাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd