DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাঘী পূৰ্ণিমা উপলক্ষ্যে কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত ভক্তৰ ভিৰ

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
February 16, 2022 2:24 pm
130
VIEWS
Share on FacebookShare on Twitter

মাঘী পূৰ্ণিমা উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হয় কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ সমাগমৰে আজি পুৱাৰে পৰা উদুলি-মুদুলি হৈ পৰে ভড়ালী নামঘৰ চৌহদ।
পুৱাৰ পৰাই নাম-প্ৰসংগ, হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰ।

মনৰ অভীষ্ট সিদ্ধিৰ কামনাৰে মাঘী পূৰ্ণিমাৰ দিনটোত ধুপ-দ্বীপ, নৈবদ্যৰে অদৃশ্যজনৰ ওচৰত আঠু লয় ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা সমাগত ভক্তপ্ৰাণ ৰাইজে।

উল্লেখ্য যে ১৫৯৪ শকতে স্থাপন হোৱা ভড়ালী নামঘৰত উদযাপন কৰা এই মাঘী পূৰ্ণিমা কাৰ্যসূচী প্ৰত্যেক বছৰে উলহ-মালহৰে পালন কৰি আহিছে।

আনহাতে লৌকিকতাৰ নিদৰ্শন এয়ে যে ভড়ালী নামঘৰৰ যি লাইখুঁটা আছে সেইয়া তুলসী গছৰ খুঁটা।

অতীজতে ভড়ালী নামঘৰৰ নামঘৰীয়াই নিশা সপোনত দেখে যে কলং নৈৰ বুকুৰে এডাল তুলসী গছৰ খুঁটা উটি আহিছিল।

সেই তুলসী গছৰ খুঁটাৰে ভৰালী নামঘৰ নিৰ্মাণত ব্যৱহাৰ কৰিবলৈ সপোনত দেখাৰ পাছতে কলং নৈৰ বুকুৰ পৰা সেই তুলসী খুঁটা উদ্ধাৰ কৰি ভৰালী নামঘৰৰ মূল খুঁটা হিচাপে ব্যৱহাৰ কৰা হয়।

ইয়াৰোপৰি এই নামঘৰত ভক্তই ভক্তি সহকাৰে ধূপ, দীপ, নৈবদ্যৰে শৰাই শলিতা আগবঢ়ালে মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস আছে।

Recent News

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd