• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিমাৰ পালা জানো প্ৰাণ!! : ষষ্ঠীত প্ৰতিষ্ঠা কৰা প্ৰতিমাক আজি দশমীত বিসৰ্জন

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
October 19, 2018 2:44 pm
Dashami

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ কাছমাৰী ঘাটত প্ৰতিমা বিসৰ্জনৰ দৃশ্য। ফটো : অনিৰ্বাণ পাঠক।

705
VIEWS
Share on FacebookShare on Twitter

ঢালি দিয়া অন্তৰৰ ভকতিৰ ধাৰা
        আৱেগত গালা কত গান,
কতবাৰ হেঁপাহেৰে সাবটি ধৰিলা
        প্ৰতিমাৰ পালা জানো প্ৰাণ ?

                          -যতীন্দ্ৰ নাথ দুৱৰা

 

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ
              বিফল সন্ধ্যাত!

-দেৱকান্ত বৰুৱা

 

কবিয়ে কোৱাৰ দৰেই ষষ্ঠীত প্ৰতিষ্ঠা কৰা প্ৰতিমাক কিছু সময়ৰ পিছতেই বিসৰ্জনৰ বাবে আগ বাঢ়িছে ভক্তপ্ৰাণ ৰাইজ। ভক্তপ্ৰাণতকৈ উৎসৱপ্ৰাণ হৈ পৰা মহানগৰীৰ বাসিন্দাই হয়তো কাইলৈৰ পৰা পুনৰ নিজৰ কৰ্ম ব্যস্ততাত হেৰাই যাব আকৌ আন এটা উৎসৱে সন্মুখত থিয় নোহোৱালৈকে।

কিন্তু এই প্ৰতিমাবোৰৰ জৰিয়তে পানীৰ প্ৰদূষণৰ কথাটো হয়তো কাৰো ভাবিবলৈ আহৰি নহ’ব। পৰিৱেশবিদসকলে সকীয়াই দিছে যে নদীৰ পানী প্ৰদূষণত প্ৰতিবছৰে বিসৰ্জন দিয়া হাজাৰ হাজাৰ প্ৰতিমাই জলজ জীৱকূলৰ প্ৰতি আৰু নদীৰ পানী খোৱা মানুহ, আন প্ৰাণীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

অধ্যয়নত প্ৰকাশ পাইছে যে পূৰ্বতে এই মূৰ্তিবোৰ জৈৱ পদাৰ্থৰে নিৰ্মাণ কৰা হৈছিল, ৰং লগোৱা হৈছিল উদ্ভিজ্জাত। এইবোৰ সহজে মাটি-পানীৰ সৈতে মিলি গৈছিল। কিন্তু আজিকালিৰ ৰঙত কেমিকেল ব্যৱহাৰ কৰা হয়, প্ৰতিমাবোৰ ধুনীয়া আৰু উন্নত কৰিবলৈ উজ্জ্বল ৰং দিয়াৰ লগতে প্লাষ্টাৰ অব পেৰিছ, প্লাষ্টিক, চিমেণ্ট ব্যৱহাৰ কৰা হয়, যিবোৰ সহজে পচনশীল নহয় আৰু যিবোৰে পানীত অক্সিজেনৰ হাৰ হ্ৰাস কৰে। মাছ-কাছ আৰু আন আন জলজ জীৱকূলৰ প্ৰজননতো এইবোৰে নেতিবাচক প্ৰভাৱ পেলায়।

জানিব পৰামতে, কেৱল গুৱাহাটী মহানগৰীতে ৪৫০-অতকৈ অধিক পূজা সমিতিয়ে পূজা অনুষ্ঠিত কৰিছিল আৰু এই প্ৰতিমাবোৰ আজি ব্ৰহ্মপুত্ৰৰ বিভিন্ন ঘাটত বিসৰ্জন দিব।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd