• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অশোকাষ্টমী উপলক্ষে শিলঘাটৰ ব্ৰহ্মপুত্ৰ পাৰত ৰাইজৰ ভিৰ

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , April 13, 2019 6:58 pm

1 min read

অশোকাষ্টমী উপলক্ষে শিলঘাটৰ ব্ৰহ্মপুত্ৰ পাৰত ৰাইজৰ ভিৰ
913
VIEWS
Share on FacebookShare on Twitter

আজি শনিবাৰে অষ্টমীৰ দিনটোত কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ ঘাটত হাজাৰ-হাজাৰ দৰ্শনাৰ্থীৰ সমাগম ঘটে। ব্ৰহ্মপুত্ৰত পবিত্ৰ স্নান কৰাৰ উদ্দেশ্য ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰেহি শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত।

প্ৰবাদ আছে যে, চ’ত মাহৰ শুক্লাষ্টমীৰ দিনটোত গংগা নৈ ব্ৰহ্মপুত্ৰ বুকুৱেদি উজাই বয় আৰু এই পবিত্ৰ জলধাৰাত স্নান কৰিলে পাপ খণ্ডন হয়। সেয়েহে, আজিৰ দিনটোত ব্ৰহ্মপুত্ৰত গংগা স্নান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ-হাজাৰ লোকৰ সমাগম ঘটে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ ঘাটত।

আজি অষ্টমীৰ দিনটোৰ পৰা শিলঘাটৰ কামাখ্যা দেৱালৰ নামনিত ব্ৰহ্মপুত্ৰৰ পাৰত সপ্তাহ-যোৰাকৈ অনুষ্ঠিত হৈছে বিশাল অশোকাষ্টমী মেলা।

এই বিশাল মেলালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ব্যৱসায়ীয়ে প্ৰতি বছৰৰ দৰে এইবাৰো বেপাৰৰ বাবে আহি শিলঘাটত ভিৰ কৰা পৰিলক্ষিত হৈছে। অশোকঅষ্টমী মেলা কমিটিয়ে প্ৰতি বছৰৰ দৰে এইবাৰো মেলাস্থলীত হাজাৰ হাজাৰ লোকৰ সমাগম হ’ব বুলি আশা কৰিছে।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd