• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেলেংকাৰিৰ বিৰুদ্ধে সৰৱ হোৱাৰ পৰিণতি! : চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সভাপতি-সম্পাদকৰ বিৰুদ্ধে ডি এফ অ’ৰ গোচৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 29, 2018 7:25 am
zoo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিৰিয়াখানাত চলি থকা দুৰ্নীতি, কেলেংকাৰি আৰু চিৰিয়াখানাৰ জীৱ-জন্তু মাৰি খোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি অহা চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সভাপতি দীপক পাঠক আৰু সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ বিৰুদ্ধে অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ’ তেজস্ব মৰিস্বামীয়ে গীতানগৰ থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত  ৩৩৫/১৮ আৰু ৫০০/৫০৫/৫০৬ নম্বৰৰ গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে, চিৰিয়াখানা সুৰক্ষা মঞ্চই যোৱা ২৬ জুলাইৰ দিনা চিৰিয়াখানাৰ সন্মুখত এখন প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল আৰু সেই প্ৰতিবাদী কাৰ্য্যসূচীতে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই চিৰিয়াখানাৰ জীৱ-জন্তু হত্যা কৰি খোৱাৰ গুৰুতৰ অভিযোগ তুলিছিল।

Apply Now

এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন তথা ৰাইজৰ মানসত চিৰিয়াখানা তথা ডি এফ অ’ক হেয় প্ৰতিপন্ন কৰিবৰ বাবে এনেকুৱা অভিযোগ অনা বুলি ডি এফ অ’জনে থানাখনত গোচৰ ৰুজু কৰে।

আনহাতে, চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদকগৰাকীয়ে ১৫ আগষ্টৰ পৰা ২০ আগষ্টলৈকে ৩০টাকৈ জীৱ-জন্তুৱে মৃত্যুক সাৱটি লোৱা বুলি অনা অভিযোগক মিছা প্ৰচাৰ বুলি এজাহাৰখনত উল্লেখ কৰা হৈছে।

ডিএফঅ’গৰাকীয়ে কয়, “সুৰক্ষা মঞ্চৰ এনে মিছা প্ৰচাৰে জনসাধাৰণক বিপদত পেলাব পাৰে আৰু চিৰিয়াখানাৰ কৰ্মচাৰীসকল জীৱ-জন্তু উদ্ধাৰৰ বাবে বাহিৰলৈ গ’লে জনতাৰ আক্ৰোশৰ বলি হ’ব পাৰে।”

এজাহাৰত উল্লেখ কৰা অনুসৰি চিৰিয়াখানা সুৰক্ষা মঞ্চই তেওঁলোকৰ প্ৰতিবাদত তেওঁক বহিৰাগত শব্দ ব্যৱহাৰ কৰি তেওঁক বৰ্খাস্ত কৰাৰ লগতে ‘ডি এফ অ’ গ’ বেক’ ধ্বনি দিছিল।

ইফালে, চিৰিয়াখানা সুৰক্ষা মঞ্চই ডি এফ অ’গৰাকীয়ে দিয়া গোচৰ ভিত্তিহীন তথা চিৰিয়াখানাত চলি থকা কেলেংকাৰিসমূহ গাপ দিয়াৰ বাবে এনেধৰণে তেওঁলোকৰ বিৰুদ্ধে গোচৰ দিয়া হৈছে বুলি উল্লেখ কৰে।

সুৰক্ষা মঞ্চই লগতে কয় যে যদি চিৰিয়াখানা কৰ্তৃপক্ষই হৰিণ ভক্ষণ কৰাই নাই, তথা অসৎ উদ্দেশ্য নাই তেন্তে চিৰিয়াখানাৰ চৌপাশৰ দেৱালসমূহ নিৰ্মাণ কৰা নাই কিয়? নিয়ম অনুসৰি যদি মুক্ত বিচৰণৰ হৰিণ থাকে তেন্তে দেৱাল থকাটো অত্যন্ত জৰুৰী বুলি তেওঁ কয়।

ইয়াৰোপৰি তেওঁ কয় “চিৰিয়াখানাখনক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিবাদ কৰাটো গণতান্ত্ৰিক অধিকাৰ। এইটো খৰ্ব কৰিবৰ কাৰণে চিৰিয়াখানা কৰ্তৃপক্ষই চেষ্টা কৰিছে।”

আনহাতে, তেওঁ জানিবলৈ দিয়া অনুসৰি সংবিধানৰ ১৩ আৰু ১৪ নং অনুচ্ছেদ অনুসৰি যিকোনো এজন চৰকাৰী বিষয়াৰ দুষ্কাৰ্য্যৰ বিৰুদ্ধে সাধাৰণ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে। লগতে বিষয়াগৰাকীৰ ওপৰত সন্দেহ হ’লে তাৰ ভিত্তিতো প্ৰতিবাদ কৰিব পাৰে বুলি তেওঁ কয়।

লগতে প্ৰতিবাদকাৰীসকলে জাতীয় সম্পদ জহিখহি যোৱাৰ বাবে খং আৰু ক্ষোভত গ’ বেকসূচক ধ্বনি দিব পাৰে বুলি তেওঁ দাবী কৰে।

ইয়াৰোপৰি চিৰিয়াখানা সুৰক্ষা মঞ্চই চিৰিয়াখানাত চলি থকা কেলেংকাৰিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি তদন্ত দাবী কৰি আহিছে যদিও চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ তদন্ত ঘোষণা কৰা নাই বুলি তেওঁ দাবী কৰাৰ উপৰি বাৰম্বাৰ কৈ অহা সত্ত্বেও বৰ্তমানো চিৰিয়াখানাৰ ভগ্ন দেৱালসমূহ মেৰামতি নকৰা বুলি তেওঁ আমাক কয়।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd