• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈ যদি অসুস্থ তেওঁৰ চিকিৎসা কৰা হ’ব, সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 6, 2020 4:51 pm
ফটো-নৰ্থ-ইষ্ট নাও

ফটো-নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘ অসম আৰক্ষীৰ  বহু লোক ক’ৰ’নাত আক্ৰান্ত হৈছে ৷ এয়া কঠিন সময়, ৰাইজৰ মাজত থাকি কাম কৰিছে আৰক্ষীয়ে,’’ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এইদৰে কয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তয়।

ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত অসম আৰক্ষীয়ে এটা ব্যৱস্থাপনা সাজু কৰিছে বুলি উল্লেখ কৰি মহন্তই কয় ‘‘আৰক্ষীৰ ক’ৰ’না আক্ৰান্ত সকলৰ সৈতে দিনে দুবাৰকৈ ফোন কৰি সা-সুবিধা সন্দৰ্ভত খবৰ লোৱা হৈছে ৷ আমাৰ হেল্প ডেস্ক সাজু হৈ আছে। আক্ৰান্ত সকলৰ পৰিয়ালৰো দৈনিক খবৰ লোৱা হৈছে।”

Apply Now

আৰক্ষীৰ মনোবল বৃদ্ধি কৰাৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃতজ্ঞতা জ্ঞাপন কৰে ডিজিপি মহন্তই ৷

আনহাতে, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই মহন্তই কয়, ‘‘খানাপাৰাৰ কোভিড কেয়াৰ কেন্দ্ৰত এটা য়ুনিত আৰক্ষীৰ লোকৰ চিকিৎসাৰ বাবে বিশেষকৈ দিয়া হৈছে। ”

ইপিনে, অসম আৰক্ষীয়ে  ক’ৰ’নাৰ সৈতে যুজিবলৈ অত্যাধুনিক সা-সুবিধাৰে দেৰগাঁৱত এখন ২৬ খন আসন যুক্ত অত্যাধুনিক চিকিৎসালয় নিৰ্মাণ কৰা হ’ব বুলিও মহন্তই লগতে কয়।

বৰমনিপুৰতো এখন কোভিদ কেয়াৰ কেন্দ্ৰ এটা স্থাপন কৰা হৈছে ৷ যাৰ বাবে ২২ জন চিকিৎসক আৰু ২৫০ জন নাৰ্চক প্ৰশিক্ষণ দি থকা বুলি জানিব দিয়ে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ সন্দৰ্ভতো মত ব্যক্ত কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

অখিল গগৈ যদিহে অসুস্থ তেওঁৰ চিকিৎসাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ কয়।

এই পৰ্যন্ত অসম আৰক্ষীৰ ২২০ গৰাকী লোক ক’ৰ’নাত  আক্ৰান্ত হৈছে আৰু ৯৪৫ গৰাকী আৰক্ষীৰ লোক কোৱাৰেন্টাইনত আছে বুলি মহন্তই উল্লেখ কৰে।

তেওঁ লগতে অসম আৰক্ষীয়ে পূৰ্বতে এনেকুৱা পৰিবেশ হ’ব পাৰে বুলি ধাৰণ কৰি প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল বুলি মত ব্যক্ত কৰে।

ক’ৰ’নাৰ সংক্ৰমণৰ সময়তো আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযানৰ চোক হ্ৰাস পোৱা নাই বুলিও ডি জি পি গৰাকীয়ে উল্লেখ কৰি ল’কডাউনৰ সময়তো আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই অবৈধ মাৰণাস্ত্ৰ, ড্ৰাগছ ইত্যাদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি কয়।

আৰক্ষীৰ যিসকল কৰ’নাত  আক্ৰান্ত হৈছে তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জনাই মহন্তই ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd