• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Drunk & Hit Case: চিকিৎসক নৱনীল বৰুৱাৰ সৈতে কি কথা হৈছিল? জনালে ডিজিপি ভাস্কৰজ্যোতি মহন্তই

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 9, 2021 1:38 pm
Doctor & DGP
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Drunk & Hit Case: চিকিৎসক নৱনীল বৰুৱাই DGP ৰে কথা পতা সন্দৰ্ভত আজি স্পষ্টীকৰণ দিয়ে ভাস্কৰজ্যোতি মহন্তই।

তেওঁ কয়, ‘৪ অক্টোৱৰত বৰুৱাই মোলৈ মেছেজ কৰাটো হয়। তেওঁ ‘যুৱতীগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত মোক জনাইছিল’।

‘আমি গ্ৰেপ্তাৰ কৰিম বুলিয়েই চিকিৎসকজনক জনাইছিলো, কিন্তু ৰাজকন্যা ICUত থকা বুলি গম নাপাওঁ,’ মহন্তই লগতে স্পষ্টীকৰণ দি কয়।

Apply Now

ইপিনে, তাজ ভিভাণ্টাৰ পাৰ্টীৰ চিচি টিভিৰ দৃশ্য সংগ্ৰহৰ নিৰ্দেশ দিয়ে DGP মহন্তই।

পাৰ্টীত কোন কোন আছিল, কি সেৱন কৰিছিল? সকলো তথ্য সংগ্ৰহৰ নিৰ্দেশ দিছে DGP গৰাকীয়ে।

উল্লেখযোগ্য যে ৰাজকন্যা বৰুৱাই জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাক দিয়া ভাবুকিভৰা whatsapp msg আমাৰ হাতত আহি পৰিছেহি, য’ত ৰাজকন্যাই আত্মহত্যা কৰাৰ ভাবুকি দিছিল চিকিৎসক নৱনীল বৰুৱাক।

Also Read: Drunk & Hit Case: চিকিৎসক নৱনীল বৰুৱাক ৰাজকন্যাই দিয়া ভাবুকি ভৰা whatsapp msg… কি আছিল ডিজিপিৰ ভূমিকা?

ৰাজকন্যাই GNRCৰ ওপৰৰ মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ ভাবুকি দিছিল।

ইপিনে, ৰাজকন্যাক চিকিৎসালয়ৰ ICU ত ভৰ্তি কৰাৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সৈতে চিকিৎসক নৱনীল বৰুৱাই ১১ মিনিট টেলিফোনিক বার্তালাপ কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছে।

আনকি সাংবাদিক অতনু ভূঞাইয়ো এই সন্দৰ্ভত DGP ASSAM POLICE ক MENTION কৰি টেগ কৰি টুইট কৰিছে।

এই সন্দৰ্ভত আমাৰ সাংবাদিকে কথা পাতিছিল চিকিৎসক ডঃ নৱনীল বৰুৱাৰ সৈতে। তেওঁক সোধাত আৰক্ষীৰ তদন্তৰ খাতিৰত এতিয়া একো কথা নকওঁ বুলি উল্লেখ কৰাৰ লগতে দুদিনমান পাছত সবিস্তাৰে সকলো প্ৰকাশ কৰাৰ কথা স্পষ্ট কৰে।

Also Read: অৱশেষত আৰক্ষীৰ ওচৰত হাজিৰ লখিমপুৰ খেৰিৰ হত্যাত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ

প্ৰশ্ন হৈছে “১১ মিনিট সময় আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কি কথা পাতিছিল চিকিৎসক ডঃ নৱনীল বৰুৱাই?

আৰক্ষীৰ জেৰাত এই কথা উল্লেখ কৰাৰ পাছতে বা কল ৰেকৰ্ড জমা দিয়াৰ পাছতে কিয় হঠাৎ তদন্ত সামৰি বাসগৃহলৈ যাবলৈ দিয়া হ’ল নৱনীল বৰুৱাক?

যদি প্ৰকৃততে নৱনীল বৰুৱাই DGP ক ফোন কৰি সবিশেষ জনাইছিল, তেন্তে ফোন কৰাৰ পাছতে SEMI ICU কেনেকৈ লাভ কৰিলে মডেল ৰাজকন্যাই?

সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত হ’ব নে? নে ৰৌ বৰালি ওলোৱাৰ ভয়ত যৱনিকা পেলোৱা হ’ব ৰাজকন্যা আখ্যানৰ?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd