DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Kangana Ranaut হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 28, 2022 4:31 pm
196
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কৰ ৰাণী কংগনা ৰাণাৱট গভীৰ সংকটত পৰিছে। হকে-বিহকে যিকোনো বিতৰ্কত সোমাই পৰা কংগনাক যেন দৰ্শকে প্ৰত্যাখান কৰিছে।

গেৰুৱা শিবিৰক তৈলমৰ্দনত ব্যস্ত থকা কংগনাৰ শেহতীয়া ছবি ‘ধাকাড়’ চাবলৈ এতিয়া দৰ্শৰ অভাৱ।

দেশৰ চলচ্চিত্ৰ ইতিহাসত নজিৰ সৃষ্টি কৰি আজি ছবি খন মুক্তিৰ অষ্টমটো দিনত সমগ্ৰ ভাৰতত মাত্ৰ ২০ গৰাকী দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’!কোটি কোটি টকা ব্যয় কৰি নিৰ্ণাণ কৰা ছবি খনে যোৱা সাত দিনত ১০ কোটি টকাও অৰ্জন কৰিবলৈ সমৰ্থ হোৱা নাই।

ৰজনীশ ঘাইৰ স্পাই থ্ৰিলাৰ ‘ধাকাড়’ত কংগনা ৰাণাৱতক চোৰাংচোৱা এজেণ্ট অগ্নি হিচাপে দেখুওৱা হৈছে।
যোৱা সপ্তাহত আয়োজন আৰু প্ৰত্যাশাৰ মাজত মুক্তি দিয়া হৈছিল ছবি খন। কিন্তু দৰ্শক তথা অনুৰাগীসকলেও এতিয়া ছবি খনলৈ পিঠি দিছে।

ফলত হতাশ হৈ পৰিছে কংগনা আৰু ছবি খনৰ সৈতে জৰিত আন কলা-কুশলীসকল।

নিৰ্মাতাসকলে চবি খন অ’টিটিত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল । কিন্তু তাৰ বাবেও এতিয়া কোনো গ্ৰাহক ওলোৱা নাই।

হিন্দী ভাষা বিতৰ্কৰ পৰা আৰম্ভ কৰি ‘কা’ আন্দোলনলৈকে সকলোতে বিতৰ্কিত মন্তব্য কৰা কংগনা এতিয়া বহুতৰ বাবেই অপ্ৰিয় ব্যক্তি। ইয়াৰ প্ৰভাৱো হয়তো ছবি খনত পৰিব পাৰে বুলি বহুতে মন্তব্য কৰা দেখা গৈছে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd