• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঢাকাত পুনৰ হিংসাৰ জুই! ইউনুছ চৰকাৰৰ বিৰুদ্ধে আৱামী লীগৰ প্ৰতিবাদে লৈছে ভয়াবহ ৰূপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2025 2:30 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশত পুনৰ একবাৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। ইউনুছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি আৱামী লীগৰ কৰ্মীসকলে ব্যাপক প্ৰতিবাদ আৰম্ভ কৰিছে। ৰাজধানী ঢাকাত চলি থকা এই উত্তেজনাময় পৰিস্থিতিৰ মাজতে এতিয়ালৈকে কমেও ১৭খন বাছত অগ্নি সংযোগ কৰা হৈছে। লগতে চহৰখনৰ পাঁচটা স্থানত বিস্ফোৰণৰ খবৰো পোৱা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যে ঢাকা আৰু মৈমনসিংৰ দৰে ডাঙৰ চহৰত সেনাবাহিনী মোতায়েন কৰা হৈছে।

বাংলাদেশৰ প্ৰসিদ্ধ সংবাদপত্ৰ প্ৰথম আলোৰ খবৰ অনুসৰি, বৃহস্পতিবাৰে প্ৰথমে কমলপুৰ ষ্টেচনৰ বাহিৰত আৰু গোপালগঞ্জ PWD বিভাগৰ কাৰ্যালয়ত আৱামী লীগৰ কৰ্মীসকলে অগ্নি সংযোগ কৰে। ইয়াৰ পিছতে তেওঁলোকে দুখন বাছ জ্বলাই দিয়ে আৰু ৰাজপথত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে।

Apply Now

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে ১৩ নৱেম্বৰত শ্বেখ হাছিনাৰ বিৰুদ্ধে প্ৰথম ৰায় ঘোষণা কৰাৰ কথা। আৱামী লীগৰ কৰ্মীসকলে আশংকা কৰিছে যে এই ৰায়ত হাছিনাক দোষী সাব্যস্ত কৰা হ‘ব পাৰে, যাৰ ফলত তেওঁ বাংলাদেশলৈ ঘূৰি অহাত বাধা সৃষ্টি হ’ব পাৰে।

উল্লেখ্য যে, ২০২৪ চনৰ জুলাই মাহত হোৱা বিদ্ৰোহৰ সময়ত হাছিনাৰ বিৰুদ্ধে মানৱাধিকাৰ লংঘনৰ অভিযোগ উঠিছিল। সেই সময়ত হাছিনাৰ নিৰ্দেশত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলীচালনা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল। এই গোচৰত হাছিনাৰ উপৰিও প্ৰাক্তন গৃহমন্ত্ৰীও অভিযুক্ত।

ইপিনে, দিল্লীত শ্বেখ হাছিনাই এক সাক্ষাৎকাৰত ইউনুছ চৰকাৰক “আমেৰিকাৰ পণ্য” বুলি অভিহিত কৰি তীব্ৰ আক্ৰমণ কৰে। তেওঁৰ মতে, ইউনুছ চৰকাৰে বাংলাদেশৰ স্বাৰ্থ আমেৰিকাৰ আগত বিক্ৰী কৰিছে।

ইফালে, ইউনুছ চৰকাৰৰ মুখপাত্ৰই হাছিনাকেই এই হিংসাৰ মূল কাৰণ বুলি অভিহিত কৰিছে। তেওঁ কয়, “হাছিনাৰ নিৰ্দেশত দেশখন পুনৰ অগ্নিকুণ্ডত পৰিণত কৰাৰ চেষ্টা কৰা হৈছে।”

বাংলাদেশ চৰকাৰে নাগৰিকসকলক ১৩ নৱেম্বৰত ঘৰতে থাকিবলৈ আহ্বান জনায় আৰু সকলো চোৰাংচোৱা সংস্থাক হাই এলাৰ্টত ৰখা হৈছে। বাংলাদেশ আৰক্ষীয়ে বিগত ২৪ ঘণ্টাত ১০০ৰো অধিক আৱামী লীগ কৰ্মীক গ্ৰেপ্তাৰ কৰিছে। হিংসা দমন কৰিবলৈ বিজিপি, আৰক্ষী আৰু সেনা জোৱান সক্ৰিয়ভাৱে মোতায়েন কৰা হৈছে।

এনে পৰিস্থিতিয়ে এতিয়া বাংলাদেশৰ ৰাজনৈতিক পৰিৱেশক পুনৰ এক সংকটজনক পৰ্যায়লৈ লৈ গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd