• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানৰ বাবে নিৰ্দিষ্ট পথ চিনাক্ত কৰিছে ধেমাজি জিলা প্ৰশাসনে

NE NOW NEWS এন ই নাও নিউজ
ধেমাজি , December 22, 2018 11:25 am

1 min read

বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানৰ বাবে নিৰ্দিষ্ট পথ চিনাক্ত কৰিছে ধেমাজি জিলা প্ৰশাসনে
8.9k
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ধেমাজি জিলা প্ৰশাসনে। ধেমাজি জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাটিয়ে এক সংবাদমেলৰ জৰিয়তে জনাই যে প্ৰধাম মন্ত্ৰী গৰাকীয়ে ২৫ ডিচেম্বৰৰ বিয়লি ১-৩০ বজাত ডিব্ৰুগড় মোহনবাৰী এয়াৰপ’ৰ্টৰ পৰা হেলিকপ্টাৰেৰে আহি বগীবিলৰ দক্ষিণপাৰত অৱতৰণ কৰিব।

ইয়াৰ পিছতে দঙৰ ফিটা কাটি নৱনিৰ্মিত বগীবিল দলঙৰ ওপৰেৰে গাড়ীৰে আহি প্ৰধান মন্ত্ৰী মোদীয়ে কাৰেং চাপৰিৰ ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰিব।

এই উদ্দেশ্যে ধেমাজি জিলা প্ৰশাসনে উক্ত দিনা প্ৰায় দুই লক্ষাধিক লোকৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বগীবিললৈ যোৱা কেইবাটাও উপ-পথ, যান-বাহনৰ আস্থান চিনাক্ত কৰি মেপ প্ৰকাশ কৰি উলিয়াইছে। লগতে ২৫ ডিচেম্বৰত বগীবিল-কাৰেংঘাটৰ ফেৰীসেৱা বন্ধ থাকিব যদিও জৰুৰীকালীন সেৱা সমূহ খোলা থাকিব বুলি সংবাদমেলতে উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

তাৰোপৰি উক্ত দিনা উদ্বোধনী অনুষ্ঠানলৈ যোৱাৰ বাবে নিৰ্দিষ্ট পথ চিনাক্ত কৰিছে। চিনাক্ত কৰি দিয়া পথেৰেহে উদ্বোধনী অনুষ্ঠানলৈ যাব পাৰিব।

সেই অনুসৰি ধেমাজি-আমগুৰি হৈ, চিচিবৰগাঁও হৈ, গোগামুখ-ঢকুৱা-লাইপুলিয়া-চিচিলঘৰ হৈ আৰু জোনাই-চিলাপথাৰ-কোলাজান হৈহে উদ্বোধনী অনুষ্ঠানলৈ যোৱাৰ ব্যৱস্থা কৰিছে ধেমাজি জিলা প্ৰশাসনে।

ইফালে লগত বেগ, ছাতি আৰু পানী বটল নিয়া নিষিদ্ধ কৰাৰ বাবে যান-বাহন ৰখোৱাৰ বাবে এ, বি আৰু চি তিনিটা ভাগত বিভক্ত কৰি দিছে।

Recent News

pm-imran-khan-700x300

বিৰোধীৰ আসনত বহিম তথাপি দুৰ্নীতিক লৈ আপোচ নহ’ব; আস্থা ভোটৰ পূৰ্বে দৃঢ় ইমৰাণ খান

Nagaland-sppiner-750x375

আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত নাগালেণ্ডৰ খেইবৃৎছো কেনছে

Screenshot_2021-03-04-20-52-13_1

ৰঞ্জিত দাস হুচিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে টীয়কৰ ৰাজপথত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd