• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ, অসমৰ ধেমাজি জিলা সমিতি গঠন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2019 9:54 pm
Anchalikatabad Suraksha Manch

আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ, অসমৰ ৰাজহুৱা সভাৰ দৃশ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধেমাজি সাহিত্য সভা ভৱনত, আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ, অসমৰ ধেমাজি জিলা সমিতিখন অলপতে গঠন কৰা হয়।

কেন্দ্ৰৰ অন্যায়, শোষণ, অবিচাৰ আৰু বঞ্চনাৰ বিৰুদ্ধে অসমৰ সামগ্ৰিক স্বাৰ্থৰ সুৰক্ষাৰ কথাটো আগত ৰাখি গঠিত অঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ, অসমৰ, ধেমাজি জিলাৰ কামকাজবোৰ নৱ গঠিত সমিতিখনৰ কান্ধত অৰ্পণ কৰা হৈছে বুলি সুৰক্ষা মঞ্চৰ তৰফৰ পৰা জনায়।

Apply Now

ধেমাজি জিলাৰ কমিটীখন গঠন কৰা হয় ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ কাৰ্য্যক্ৰমণিকাৰ মাজেৰে।

তিলেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনত কেন্দ্ৰীয় কমিটিৰ মুখ্য সমন্বয়ক তথা সদস্য সচিব লাচিত বৰদলৈ, অন্যতম আহ্বায়ক মণ্ডলী ক্ৰমে সম্বিত শৰ্মা, ড০ গণেশ পেগু, নয়নমণি কলিতা আৰু ভূপেন তালুকদাৰ উপস্থিত আছিল।

সভাত অঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ অসমৰ লক্ষ্য উদ্দেশ্য, নীতি-নিৰ্দেশনা আদি সম্পৰ্কত বিস্তাৰিতভাৱে আলোচনা কৰা হয়।

আলোচকসকলে অসমৰ ৰাইজে ৰক্তক্ষয়ী আন্দোলনৰ মাজেৰে জন্ম দিয়া আঞ্চলিকতাবাদী দল অসম গণ পৰিষদে ৰাইজক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰে।

স্বাধীনতাৰ পিছৰ পৰা কেন্দ্ৰত শাসনলৈ অহা চৰকাৰসমূহেও যে অসম তথা উত্তৰ-পূবক কেৱল শোষণ আৰু বঞ্চনাহে কৰি আহিছে তাকো বক্তাসকলে তথ্যসহকাৰে ৰাইজৰ আগত দাঙি ধৰে।

ধেমাজি জিলাৰ কমিটীখনত শ্ৰীযুত নৰেন পাৱ আৰু শ্ৰীযুত হৰিপ্ৰসাদ দিহিঙীয়াক মুখ্য পৃষ্ঠপোষক, প্রাক্তন বিধায়ক শ্ৰীযুত ফণী তায়েং আৰু  শ্ৰীযুত তিলেন গগৈ ডাঙৰীয়াক মূখ্য আহ্বায়ক, শ্ৰীযুত ৰবি গগৈক সমন্বয়ৰক্ষী, শ্ৰীযুত মোলোক দাসক আহ্বায়ক (প্ৰচাৰ),  শ্ৰীযুত অপূৰ্ব কুমাৰ বৰঠাকুৰক আহ্বায়কৰ (সংগঠন) দায়িত্ব দিয়া হয়।

সভাত উপস্থিত থকা ব্যক্তিসকলৰ মাজৰ পৰা ২১জন ব্যক্তিক আহ্বায়ক ৰূপে নিৰ্বাচন কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd