DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধৰ বাবে মাত্ৰ ১ লাখ টকাৰ সাহায্য ধোনীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2020 4:56 pm
MS Dhoni

মহেন্দ্ৰ সিং ধোনী

10.4k
VIEWS
Share on FacebookShare on Twitter

৮৫০ কোটি টকাৰ সম্পত্তিৰ গৰাকী ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে মাত্ৰ ১ লাখ টকাৰ বৰঙণি আগবঢ়াইছে।

কোভিদ-১৯-ৰ বাবে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ পাছত ১০০ টা পৰিয়ালক ১৪ দিনৰ সহায়ৰ বাবে ধোনীয়ে পুনেৰ মুকুল মাধৱ ফাউণ্ডেশ্যনক ১ লাখ টকা বৰঙণি যোগায়।

ভাৰতবৰ্ষৰ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ৰাজ্য সমূহৰ ভিতৰত মহাৰাষ্ট্ৰ অন্যতম, পুনেত প্ৰায় ৩০ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

ক’ৰ’না ভাইৰাছৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দিন হাজিৰা কৰা পুনেৰ লোকসকলক প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰা কামত ধোনীৰ অৰ্থ সাহায্য ব্যৱহাৰ কৰা হ’ব।

কিন্তু ভাৰতৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে ধোনীৰ ক্ষুদ্ৰ বৰঙণিৰ বাবে ক্ষোভ ব্যক্ত কৰা দেখা গৈছে।

আনহাতে, ভাৰতীয় ক্ৰিকেটৰ নক্ষত্ৰ শচীন টেণ্ডুলকাৰে শুকুৰবাৰে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে ৫০ লাখ টকাৰ সাহায্য ঘোষণা কৰে।

শচীন টেণ্ডুলকাৰে ২৫ লাখ প্ৰধান মন্ত্ৰী সহায্য পুঁজিলৈ আৰু ২৫ লাখ মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়ায়।

বিশ্বৰ ধনী খেলুৱৈ সকলৰ ভিতৰত মহেন্দ্ৰ সিং ধোনী অন্যতম। ধোনীয়ে আই এছ এলৰ চেন্নাই এফ চি, হ’কী ক্লাৱ ৰাঞ্চি ৰেয়ছকে ধৰি বহুকেইটা দলৰ মালিকীস্বত্ত ক্ৰয় কৰি আছে।

তদুপৰি, ধোনী পেপছি, অ’ৰিয়েণ্ট পিএছপিঅ’, স্পাৰ্টান স্পোৰ্টছ, ৰিবক, বুষ্ট, এমিটি য়ুনিভাৰ্চিটি, গাল্ফ অইল, অমৰাপল্লী গ্ৰুপ, অশোক লেলেণ্ড, মেকড’নাল্ডছ চ’ডা, বিগ বাজাৰ, এক্সাইড বেটাৰী, টিভিএছ মট’ৰছ, চোনী ব্ৰভিয়া, চ’নাতা ঘড়ী, মেক্স মোবাইল আদিৰ দৰে প্ৰতিষ্ঠানৰ ব্ৰাণ্ড এম্বেছাদৰ হৈ আছে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd