• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাশ্মীৰত হ’ব লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ সিং ধোনীৰ প্ৰশিক্ষণ : সেনা প্ৰধান ৰাৱাটৰ অনুমতি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2019 3:18 pm
ms_dhoni_in_srinagar_twitter__1563764357

জম্মু-কাশ্মীৰত শিশুৰ মাজত ধোনী। ফটো : টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক‘কেপ্টেইন কুল’ তথা প্ৰাদেশিক সেনাৰ লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ সিং ধোনীয়ে সেনাৰ প্ৰশিক্ষণৰ বাবে অধিক সময় জম্মু-কাশ্মীৰত কটাব। ধোনীৰ এই আগ্ৰহৰ প্ৰতি সন্মতি জনাইছে সেনা প্ৰধান বিপিন ৰাৱাটে।

ধোনীয়ে তেওঁৰ নিজৰ ১০৬ ইনফেন্ট্ৰি বেটেলিয়নৰ সৈতে জড়িত হৈ থাকিব। ইয়াত বেটেলিয়নটো পেৰাছ্যুট ৰেজিমেন্ট হিচাপে আছে। অৱশ্যে, সেনাৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে এই সময়ছোৱাত ধোনীক সেনাৰ কোনো অভিযানৰ অংশ কৰি লোৱা নহয়।

Apply Now

ধোনীৰ দুমাহৰ প্ৰশিক্ষণ আগষ্ট মাহৰ পৰা আৰম্ভ হ’ব আৰু ইয়াৰ বাবে তেওঁ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে।

মহেন্দ্ৰ সিং ধোনীয়ে কাশ্মীৰত থকাৰ কাৰণটো হৈছে তেওঁৰ ১০৬ ইনফেন্ট্ৰি বেটেলিয়নটো কাশ্মীৰত সম্প্ৰতি কৰ্তব্য সম্পাদনৰ বাবে নিয়োগ কৰা হৈছে। বেটেলিয়নটোৰ মুখ্য কাৰ্যালয় হৈছে বাংগালোৰত।

thum
সেনা প্ৰশিক্ষণৰ বাবে সাজু ধোনী।

উল্লেখযোগ্য যে বিশ্বকাপৰ পাছৰে পৰাই ধোনীৰ অৱসৰক লৈ বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ পাই আহিছে। কিন্তু ৱেষ্টইণ্ডিজ ভ্ৰমণৰ বাবে টীম ইণ্ডিয়াৰ নিৰ্বাচনৰ বৈঠকৰ পাছত মুখ্য নিৰ্বাচক এম এস কে প্ৰসাদে ধোনীৰ অৱসৰ গ্ৰহণৰ প্ৰসংগটো নস্যাৎ কৰিছে।

মহেন্দ্ৰ সিং ধোনীয়ে বহু সময়ত কৈছে যে যদি তেওঁ ক্ৰিকেটাৰ নহ’লহেঁতেন তেতিয়াহ’লে তেওঁ হয়তো সেনাত যোগদান কৰিলেহেঁতেন। তেওঁৰ কিট বেগটোও আনকি বহুবাৰ সেনাৰ ৰঙৰ দেখা গৈছিল। সেনাৰ ৰঙৰ তেওঁ টী-শ্বাৰ্টো পৰিধান কৰে। তেওঁ তেওঁৰ গ্লোবছটো বলিদান বেজ লগাইছিল।

ধোনীয়ে এইবাৰেই প্ৰথমবাৰৰ বাবে সেনাৰ প্ৰশিক্ষণ ল’বলৈ আগবঢ়া নাই। ২০১৫ চনত ধোনীয়ে আগ্ৰাত এক মাহৰ বাবে পেৰা প্ৰশিক্ষণ স্কুলত বিশেষ বাহিনীৰ সৈতে প্ৰশিক্ষণ লৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd