• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীস্থিত জুইশলা উদ্যোগ পুনৰুজ্জীৱিত কৰিবলৈ আহ্বান জনাই উদ্যোগ মন্ত্ৰীক স্মাৰকপত্ৰ

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
January 8, 2020 8:00 am
Match Factory Story

ধুবুৰীস্থিত জুইশলা উদ্যোগ পুনৰুজ্জীৱিত কৰিবলৈ আহ্বান জনাই উদ্যোগ মন্ত্ৰীক স্মাৰকপত্ৰ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এডভাণ্টেইজ আছাম শীৰ্ষক বিনিয়োগ সন্মিলন পতা অসম চৰকাৰক ধুবুৰীস্থিত জুইশলা উদ্যোগটো পুনৰুজ্জীৱিত কৰিবলৈ আহ্বান জনাইছে।

উদ্যোগ মন্ত্ৰীয়ে জিলাখন ভ্ৰমণ কৰাৰ সময়ত ৭ ডিচেম্বৰত তেওঁক কেইবাজনো জ্যেষ্ঠ নাগৰিকৰ দ্বাৰা স্বাক্ষৰিত এখন স্মাৰক পত্ৰ দিয়ে ধুবুৰী জিলা বিজেপিৰ সভাপতি ড০ দেবময় সান্যালৰ নেতৃত্বৰ এটা দলে।

Apply Now

স্মাৰকপত্ৰখনত নাগৰিকসকলে বৰ্তমান বন্ধ হৈ থকা অসমৰ একমাত্ৰ জুইশলা উদ্যোগটো (Western India Match Company- WIMCO) পুনৰ সক্ষম কৰিবলৈ অথবা তাৰ ঠাইত এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক গঢ়ি তুলিবলৈ মন্ত্ৰীজনক আহ্বান জনায়।

মন্ত্ৰীজনক সাক্ষাৎ কৰা প্ৰতিনিধি গোটটোৱে কয় যে যদিহে উদ্যোগটো পুনৰ সক্ষম কৰি তুলিব পৰা যায়, তেতিয়া জিলাখনৰ অৰ্থনীতি আৰু নিয়োগৰ পৰিস্থিতিত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখা যাব।

অসমৰ এসময়ৰ গৌৰৱপূৰ্ণ উদ্যোগটো বৰ্তমান আই টি চি বিজনেছ গ্ৰুপৰ হাতত আছে আৰু এইটো গ্ৰুপটোৰ হাতলৈ অহাৰ পূৰ্বেই ১৯৯৭ চনৰ পৰা বন্ধ হৈ আছে।

উদ্যোগটো প্ৰায় ১৭৫ বিঘা ভূমি সামৰি ১৯২৬  এটা ছুইডিছ কোম্পানিয়ে স্থাপন কৰিছিল তেতিয়াৰ অবিভক্ত গোৱালাপাৰা জিলাত। তেতিয়া ইয়াক আছাম মেচ্চ ফেক্টৰি নামেৰে জনা গৈছিল। তথ্য মতে, অসমত ইয়াতেই প্ৰথম শ্ৰমিক দিৱস পতা হৈছিল ১৯৩৫ চনত।

ইয়াৰ পিছত ১৯৭৯ চনত উদ্যোগটো দুজন উদ্যোগপতি এছ কে জটিয়া আৰু আৰ কে জটিয়াই দখল কৰে আৰু পুৰণি নামটো সলাই Western India Match Company (WIMCO) কৰে।

১৯৯৭ চনত উচ্চতম ন্যায়ালয়ে গছ কটা বন্ধ কৰিবলৈ দিয়া নিৰ্দেশটোৰ সুবিধা লৈ তেওঁলোকে উদ্যোগটো সম্পূৰ্ণকৈ বন্ধ কৰি দিয়ে।

পিছত ২০০১ চনত উদ্যোগটো বৰ্তমানৰ গৰাকী আই টি চি বিজনেছ গ্ৰুপক বিক্ৰী কৰি দিয়ে।

প্ৰতিনিধি গোটটোৱে মন্ত্ৰীজনৰ আগত শংকা প্ৰকাশ কৰে যে উদ্যোগটো থকা বৃহৎ ভূমিখণ্ড মালিকপক্ষই বিক্ৰী কৰি দিব পাৰে বা ইয়াক ৰিয়েল এষ্টেটলৈ সলনি কৰিব পাৰে।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd