• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সহস্ৰাধিক ঐতিহাসিক সমল বুকুত বান্ধি নিজা গৃহ অবিহনে চলি আছে ধুবুৰীৰ জিলা সংগ্ৰহালয়

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
November 8, 2018 1:06 pm
Dhubri-district-museum-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰীৰ ৩০ বছৰ পুৰণি সংগ্ৰহালয়টো নিজা গৃহ অবিহনেই চলি আছে আৰু ই বহুবাৰ স্থান সলনি কৰি থাকিবলগীয়া হৈছে। ১০৮৮চনৰ জুলাইৰ ৬তাৰিখে প্ৰতিষ্ঠা কৰা এই সংগ্ৰহালয়টো বৰ্তমান ২০০৩চনৰ পৰা জিলা প্ৰশাসনে আবণ্টন দিয়া এটা জিলা পুথিভঁড়ালৰ কোঠাত সমগ্ৰ ঐতিহাসিক সম্বল বুকুত লৈ চলি আছে।

উল্লেখ্য যে ২০১০ৰ মাৰ্চত জিলা প্ৰশাসনে ১ কঠা ১০ লেছা পৰিমাণৰ এটুকুৰা ভূমি জিলা সংগ্ৰহালয় কৰ্তৃপক্ষক আবণ্টন দিছিল। মাটি টুকুৰা জিলা পুথিভড়ালৰ কাষৰ ধুবুৰী লেডিজ ক্লাবৰ চৌহদৰ ভিতৰত আছে।

Apply Now

কিন্তু ধুবুৰী লেডিজ ক্লাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত জিলা প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এখন লেখ আৱেদন (অভিযোগ নং ১২০৫/২০১১) দাখিল কৰিছিল। ফলত জিলা সংগ্ৰহালয়ৰ এটা নিজা গৃহৰ সপোন অনিশ্চয়তাত দুলি আছে।

অৱশ্যে উচ্চ ন্যায়ালয়ে ২০১৮ৰ ২১ আগষ্টত ধুবুৰী লেডিজ ক্লাবৰ এই লেখ আৱেদন খাৰিজ কৰিছিল। আদালতে পৰ্যৱেক্ষণ কৰিছিল যে লেডিজ ক্লাবৰ মালিকানাধীন দাগ নং ১৩৭৭ৰ ৪ কঠা ১০ লেছা মাটিৰ খালি হৈ থকা মাটিখিনিত জিলা সংগ্ৰহালয়টো সীমাবদ্ধ থাকিব।

আনহাতে, উচ্চ ন্যায়ালয়ৰ ৰায়ত সন্তুষ্টি প্ৰকাশ কৰি ধুবুৰীৰ জিলা সংগ্ৰহালয় বিষয়ামৃন্ময় দাসে নৰ্থ ইষ্ট নাওৰ আগত প্ৰকাশ কৰিছে যে জিলা প্ৰশাসনৰ পৰা প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত  অতি শীঘ্ৰেই সংগ্ৰহালয় গৃহৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হ’ব।

অলপতে জিলা সংগ্ৰহালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰা মৃন্ময় দাসে প্ৰকাশ কৰিছে যে ঐতিহাসিক তাৎপৰ্যবহনকাৰী ১০০০ৰো অধিক ঐতিহাসিক সমল সংগ্ৰহালয়টোত পৰি আছে। তাৰে কিছু সংখ্যক ঐতিহাসিক সমল জনসাধাৰণৰ দৰ্শনৰ বাবে উলিয়াই দিয়া হৈছে। একমাত্ৰ পৰ্যাপ্ত স্থানৰ অভাৱতেই এইদৰে ঐতিহাসিক সমলসমূহ যেনিয়ে তেনিয়ে ৰাখিবলগীয়া হৈছে বুলি বিষয়াগৰাকীয়ে খেদ প্ৰকাশ কৰে।

বিষয়াগৰাকীয়ে আৰু কয়, ‘‘এই সংগ্ৰহালয়টো ধুবুৰীৰ অনানুষ্ঠানিক শিক্ষাগ্ৰহণ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান। সংগ্ৰহালয়টোত ৭ টা শাখাত সমলসমূহ বিভক্ত কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সেইসমূহ হৈছে জনগোষ্ঠীয়, মুদ্ৰা/পদক সম্বন্ধীয়, বয়ন আৰু অলংকাৰ, দৈনন্দিন ব্যৱহাৰ্য অলংকৃত সামগ্ৰী, পোৰামাটিৰ কলাকৃতি, কাঠৰ পুতলা, প্ৰাকৃতিক ইতিহাসৰ নমুনা, প্ৰাচীন অস্ত্ৰ শস্ত্ৰ আৰু প্ৰাগঐতিহাসিক অৱশেষ ইত্যাদি। এই সকলোখিনিৰ বাবে আছুতীয়া কোঠাৰ আৱশ্যক আছে বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।

দৰাচলতে এই সংগ্ৰহালয়টোত বিষয়া-কৰ্মচাৰীৰ বাবে সুকীয়া কোঠা নাই। জিলা সংগ্ৰহালয় বিষয়াগৰাকীকে ধৰি সকলো বিষয়া-কৰ্মচাৰীয়ে সংগ্ৰহালয়টোৰ এটা চুকত বহি তেওঁলোকৰ নিজৰ নিজৰ কাম কৰি যাবলৈ বাধ্য হৈ পৰিছে।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd