• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰী আৰক্ষীয়ে ৪৮ ঘন্টাৰ ভিতৰত জব্দ কৰিলে ১৫৬টা গৰু, গ্ৰেপ্তাৰ তিনিজন চোৰাং সৰবৰাহকাৰী

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
July 30, 2019 10:03 am
5-9-1140x570

ধুবুৰী আৰক্ষীয়ে আটক কৰা গৰুৰ চোৰাং সৰবৰাহকাৰী। ফটো : নৰ্থইষ্ট নাও

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী আৰক্ষীয়ে জিলাখনৰ পৰা ৪৮ ঘন্টাৰ ভিতৰত গৰুৰ অবৈধ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ বিভিন্ন স্থানৰ পৰা ১৫৬ টা গৰু জব্দ কৰে।

ধুবুৰী আৰক্ষীয়ে লগতে এই সন্দৰ্ভত জড়িত তিনিজন গৰুৰ চোৰাং সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে।

Apply Now

ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানা আৰু চাগলীয়া আৰক্ষী চকীৰ এক যৌথ অভিযানকাৰী দলে শনিবাৰে নিশা ৭১ টা গৰু জব্দ কৰে। বাকী কেইটা জিলাখনৰ বিভিন্ন স্থানৰ পৰা জব্দ কৰা হয়।

গৰুৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সম্পৰ্কত আৰক্ষীয়ে শনিবাৰে দুজন চোৰাং গৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

তেওঁলোকৰ এজনক গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত পোকালাগি গাঁৱৰ মইনল হক আৰু আনজনক এই থানাৰে অন্তৰ্গত ছটো দীঘলটাৰি গাঁৱৰ আশ্ৰাফুল হক বুলি চিনাক্ত কৰা হৈছে।

6-9-750x685
ধুবুৰী আৰক্ষীয়ে জব্দ কৰা কেইটামান গৰু। ফটো : নৰ্থইষ্ট নাও

আৰক্ষীয়ে গোলকগঞ্জ থানাত প্ৰিভেনশ্যন অফ ক্ৰুৱেলটি টু দ্য এনিমেল এক্টৰ   ৮৪০/২০১৯ য়ু/এছ ১২০ (বি)/৩৭৯ আই পি চি আৰ/ডব্লিউ ধাৰা ১১(১)(এ)(বি) (ডি) ত এটা গোচৰ ৰুজু কৰিছে।

সেইদৰে, গৰুৰ চোৰা ব্যৱসায়ৰ বিৰুদ্ধে একেধৰণৰ অভিযানত ধুবুৰীৰ উপ আৰক্ষী অধীক্ষক (সদৰ) ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত অভিযান চলাই দেওবাৰে আন এজন গৰুৰ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

তেওঁক জিলাখনৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মধুশোলমাৰী ১ নং খণ্ড গাঁৱৰ জাহিনুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী ভূঞাই কয় যে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে লাভ কৰা শুংসূত্ৰৰ ভিত্তিত পৰৱৰ্তী তালাচী অভিযান চলোৱাৰ পৰিকল্পনা কৰা হৈছে।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd