• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় চহৰ পৰিষ্কাৰ কৰিবলৈ পৰ্য্যাপ্ত পদক্ষেপ গ্ৰহণ ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
April 24, 2019 8:45 pm
Dibrugarh DC takes step to keep Dibrugarh clean

ডিব্ৰুগড় জিলা প্ৰশাসনক নুমলীগড় শোধনাগাৰ লিমিটেদে যোগান ধৰা বোলেৰু ট্ৰাক। ছবি-- নৰ্থ ইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় চহৰ পৰিষ্কাৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলাৰ উপায়ুক্তই।

স্বচ্ছ ভাৰত অভিযানৰ অধীনত ডিব্ৰুগড় চহৰৰ লগতে ডিব্ৰুগড় জিলাক স্বচ্ছ কৰাৰ বাবে পৰ্য্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Apply Now

শেহতীয়াকৈ ডিব্ৰুগড় জিলা প্ৰশাসনে ৩০টা পি ভি চি দাস্তবিন, ১৫খন তাতা তিপাৰ আৰু এখন বোলেৰু গাড়ীত লগোৱা নলা চফা কৰা মেচিন লাভ কৰিছে।

নুমলীগড় শোধনাগাৰ লিমিতেদৰ চি এচ আৰ কাৰ্য্যসূচীৰ অধীনত ডিব্ৰুগড়ত গোটা আৱৰ্জনা পৰিচালনাৰ বাবে জিলাখনৰ প্ৰশাসনে সামগ্ৰীসমূহ লাভ কৰিছে।

“সামগ্ৰীসমূহে ডিব্ৰুগড় জিলাত গোটা আৰু পনীয়া আৱৰ্জনা পৰিচালনা কৰাত সহায় কৰিব। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ৰাজহুৱা স্বাস্থ্য অভিযান্ত্ৰিক বিভাগে ডিব্ৰুগড় পৌৰ নিগম আৰু অন্যান্য স্থানীয় নিগম-নিকায়সমূহক শক্তিশালী কৰাৰ বাবে যুটীয়া প্ৰচেষ্টা চলাইছে।”, ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিভাগৰ এক প্ৰে’ছ বিবৃতিত প্ৰকাশ।

তেওঁলোকৰ গোটা আৱৰ্জনা পেলোৱাৰ বাবে কোনো কাৰ্য্যসূচী নথকাৰ ফলত ডিব্ৰুগড় জিলাই দীৰ্ঘদিনৰ পৰা গোটা আৱৰ্জনা পৰিচালনাৰ সৈতে যুঁজ কৰিব লগা হৈছে। সাধাৰণভাৱে প্ৰতিদিনে ডিব্ৰুগড় চহৰখনত ৬২ মেত্ৰিক টন গোটা আৱৰ্জনা হয়।

আৱৰ্জনা পেলোৱা চহৰখনৰ এটা প্ৰধান সমস্যা কাৰণ ইয়াৰ গোটা আৱৰ্জনা পৰিচালনাৰ প্ৰকল্প নাই।

৩০টা পি ভি চি দাস্তবিনৰ ভিতৰত গোটা আৱৰ্জনা পেলোৱাৰ বাবে ডিব্ৰুগড় পৌৰ নিগমক ১০টা দাস্তবিন প্ৰদান কৰা হৈছে।

প্ৰতি বছৰে ডিব্ৰুগড় জিলাই ডিব্ৰুগড়ৰ পথৰ কাষৰ নলাসমূহৰ অপৰিষ্কাৰতাৰ কাৰণে বানপানীৰ সন্মুখীন হ’ব লগা হয়। বানপানীৰ সৈতে যুঁজাৰ বাবে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ডিব্ৰুগড় পৌৰ নিগমক ৰাস্তাৰ কাষৰ সকলো নলা ছফা কৰি নলাসমূহৰ জাবৰ-জোঁথৰসমূহ পৰিষ্কাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছে।

“ডিব্ৰুগড় অসমৰ এখন প্ৰাচীনতম চহৰ আৰু ডিব্ৰুগড়ক ছফাকে ৰখাটো আমাৰ মূল অগ্ৰাধিকাৰ। আমি ডিব্ৰুগড় চহৰৰ সৌন্দৰ্য্য বৰ্ধন আৰু পৰিষ্কৰণৰ বাবে পৰ্য্যাপ্ত পদক্ষেপ গ্ৰহণ কৰিছো। তাৰোপৰি বহু পৰিমাণৰ পুৰণা নলা চহৰখনত এতিয়াও আছে আৰু বৰষুণৰ ঋতুত নলাসমূহ আবদ্ধ হয় আৰু উপচি পৰে, সেয়ে আমি এন আৰ এলক বৰ্ষাৰ আগতে বৰ্তমানো থকা নলাসমূহ পৰিষ্কাৰ কৰিবৰ কাৰণে নলা ছফা কৰা যন্ত্ৰ লগোৱা আৰু কেইখনমান গাড়ী যোগান ধৰিবলৈ আহ্বান জনাইছিলো।”, উপায়ুক্ত পল্লৱ গোপাল ঝাই কয়।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd