• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফ্ল’ৰ মিলৰ কৰ্মচাৰী ওম প্ৰকাশ আগৰৱাল হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

Avik Chakraborty অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , February 10, 2020 8:52 pm

1 min read

Story-6-4-750x375

প্রতিনিধিত্বমূলক চিত্র

1.1k
VIEWS
Share on FacebookShare on Twitter

চাঞ্চল্যকৰ ওম প্ৰকাশ আগৰৱাল হত্যাকাণ্ডৰ মূল অভিযুক্ত ইবাদ আলী ওৰফে আমিন (২০)ক সোমবাৰে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

মূল অভিযুক্ত আমিনক আৰক্ষীৰ দলে ডিব্ৰুগড়ৰ পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা যায়।

‘ডিব্ৰুগড়ৰ পল্টন বজাৰৰ পৰা ইবাদ আলীক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ ২০১৮ চনৰ ডিচেম্বৰ মাহত সংঘটিত এটা হত্যাকাণ্ডৰ সৈতেও জড়িত’। ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই জনায়।

‘জেইলৰ পৰা ওলাই আহিয়েই দ্বিতীয়টো হত্যাকাণ্ড সংঘটিত কৰিছিল। বৰ্তমান তেওঁক সোধা-পোছা কৰি থকা হৈছে আৰু আমি অতি শীঘ্ৰে তেওঁৰ কেইবাজনো সহযোগীক গ্ৰেপ্তাৰ কৰিম’। বৰুৱাই এই কথা উল্লেখ কৰে।

উল্লেখ্য যে শ্ৰী বিনায়ক নামৰ এটা ফ্ল’ৰ মিলৰ কৰ্মচাৰী ৫৫ বছৰীয়া ওম প্ৰকাশ আগৰৱালক ২০১৯ চনৰ ১৯ নৱেম্বৰৰ সন্ধিয়া ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰৰ সমীপত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল।

আগৰৱালাই সন্ধিয়া প্ৰায় ৫.১৩ মান বজাত বজাৰৰ পৰা ঘৰলৈ উভটি আহি থকাৰ সময়তে ইদগাহ মৈদানৰ ওচৰত উক্ত ঘটনাটো সংঘটিত হৈছিল।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd