• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ৰ পত্নী,পুত্ৰ আৰু এগৰাকী আত্মীয়ক হত্যা কৰা সঞ্জয় দাস আৰক্ষীৰ ‘এনকাউন্টাৰ’ত নিহত

Avik Chakraborty অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , May 19, 2020 1:25 pm

1 min read

Ex-jawan-1140x570

আৰক্ষীৰ গুলীত নিহত প্ৰাক্তন এছ এছ বি জোৱান সঞ্জয় দাস। ফটো: নৰ্থইষ্ট নাও

3k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ত পত্নী, পুত্ৰকে ধৰি তিনিজনক গুলীয়াই হত্যা কৰা ঘটনাৰ মূল অভিযুক্ত প্ৰাক্তন এছ এছ বি জোৱান সঞ্জয় দাস মঙলবাৰে পুৱতি নিশা প্ৰায় ৩বজাত আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছে।

শুকান পুখুৰীৰ তেওঁৰ ঘৰৰ পৰা প্ৰায় ৫০০ মিটাৰ আঁতৰত সংঘৰ্ষটো সংঘটিত হয়।

তেওঁ তাত এটা পৰিত্যক্ত গৃহত লুকাই আছিল।

‘’আমি অভিযুক্তক জীৱন্তে কৰায়ত্ব কৰাৰ বাবে অভিযান চলাইছিলো। অৱশ্যে, তেওঁ যেতিয়া এঘন্টা ধৰি গুলীয়াই থাকে, আমিও গুলীৰে প্ৰত্যুত্তৰ দিওঁ,’’-আৰক্ষীয়ে কয়।

‘’তেওঁ গুলীবিদ্ধ হয় আৰু পাছত মৃত্যুমুখত পৰে,’’-আৰক্ষীয়ে লগতে কয়।

উল্লেখযোগ্য যে সঞ্জয় দাসে সোমবাৰে তেওঁৰ পত্নী, পুত্ৰ আৰু তেওঁৰ এগৰাকী ঘনিষ্ঠ আত্মীয়ক তেওঁৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত বন্দুকেৰে গুলীয়াই হত্যা কৰিছিল।

তেওঁৰ পত্নী স্বপ্না দাসে অসম মেডিকেল কলেজ হাস্পাতললৈ নিয়াৰ পথত শেষ নিশ্বাস ত্যাগ কৰিছিল।

তেওঁৰ পুত্ৰ নবজ্যোতি দাস আৰু আত্মীয় ঘন কান্ত হাজৰিকাক সংকটজনক অৱস্থাত এএমচিএইচত ভৰ্তি কৰা হৈছিল। তেওঁলোকে তাতেই মৃত্যুক সাৱটি লয়।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd