DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সঁচাকৈয়ে টোপনি মাৰিছিল নে বিধায়ক অখিল গগৈয়ে? সদন ত্যাগ কৰি আহি কি ক’লে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 13, 2021 8:38 pm
291
VIEWS
Share on FacebookShare on Twitter

আজি সদনৰ মজিয়াত টোপনি মাৰি থকা দেখিবলৈ পোৱা গৈছিল সক্ৰিয় তথা চৰ্চিত বিধায়ক অখিল গগৈক। কিন্তু প্ৰকৃততে টোপনি মাৰিছিল নে বিধায়কগৰাকীয়ে?

এই সন্দৰ্ভত আজি সদন ত্যাগ কৰি আহি বিধায়ক গগৈয়ে কয় ‘মই টোপনি মৰা নাছিলো। মুখ্যমন্ত্ৰীৰ কথাৰ প্ৰতিবাদ কল্পে মই চকু মুদি আছিলো টোপনি মৰা নাছিলো। তেওঁৰ বক্তব্য আওকাণ কৰি আছিলো।‘

তেওঁ আৰু কয় ‘যি সদনত মুখ্যমন্ত্ৰীয়ে কাৰোবাক সুধি লৈ অসম আৰু কাষৰীয়া ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ কৰিম বুলি কয়, এয়া অসমৰ মাটি অন্য ৰাজ্যক দি দিয়াৰ কৌশল নহয় জানো? এয়া আত্মসমৰ্পনৰ কৌশল নহয় জানো? সেই কথা মই শুনি কেতিয়াও থাকিব নোৱাৰো। সেয়ে আওকাণ কৰি চকু জপাই প্ৰতিবাদ কৰিছিলো।‘

ইপিনে, সদন ত্যাগ কৰাৰ কাৰণ বাখ্যা কৰি অখিলে কয় ‘গো-সুৰক্ষা বিধেয়ক যদিও মুছলমান বিদ্বেষৰ বাবে অনা হৈছে কিন্তু এই বিধেয়কৰ পৰা অসমৰ দৰিদ্ৰ কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। জনজাতীয় কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। তাৰ প্ৰতিবাদত মই সদন ত্যাগ কৰিলো।‘

‘এই বিলৰ সংশোধনী কেতিয়াও বিচাৰিব নালাগে। এই বিলৰ সম্পূৰ্ণ বিৰোধিতা কৰিবলৈ অধ্যক্ষক অনুমতি বিচাৰিছিলো যদিও অনুমতি নিদিলে।‘ অখিলে লগতে কয়।

আজিৰ দিনটো অসমৰ সংসদীয় ইতিহাসৰ আটাইতকৈ ক’লা দিন বুলি উল্লেখ কৰি অখিলে লগতে কয় ‘আজি সদনত আটাইতকৈ সাম্প্ৰদায়িক বিধেয়কখন পাছ হৈছে’।

Recent News

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd