DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২৪ৰ লোকসভা নিৰ্বাচনত পুনৰ খেল হ’ব,প্ৰধানমন্ত্ৰী হোৱাৰ মোৰ কোনো বাসনা নাই: মমতা

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2021 10:31 am
mamta
275
VIEWS
Share on FacebookShare on Twitter

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী দলসমূহ ঐক্যবদ্ধ হ’ব লাগিব।

এই মন্তব্য বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মমতাই কয় যে বিৰোধী দলৰ নেতাসকলে এতিয়া এটা দিনো অথলে যাবলৈ দিয়াটো উচিৎ নহ’ব।

মমতাই কয়’ বিৰোধী দলৰ সকলো নেতাই ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি ঐক্যবদ্ধ কৰাৰ সময় আহি পৰিছে। নহ’লে দেশবাসীয়ে আমাক ক্ষমা নকৰিব। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে বিৰোধী দলসমূহে ঐক্যবদ্ধ মৰ্চা গঠন কৰিব লাগিব’।

বিজেপিক শাসনৰ পৰা আঁতৰাই পঠিয়াবলৈ ২০২৪ ত পুনৰ খেলা হ’ব বুলিও মমতাই মন্তব্য কৰে।

মোদীক উপলক্ষ্য কৰি মমতাই কয়’ বেয়া নাপাব মোদী ডাঙৰীয়া, মৰম-চেনেহ কামৰ কথাত ফুটি উঠে, মন কী বাতত নহয়’।

উল্লেখ্য মমতাই বিজেপি বিৰোধী মৰ্চা গঠনৰ বাবে এনচিপিৰ নেতা শাৰদ পাৱাৰ, কংগ্ৰেছৰ নেতা পি চিদাম্বৰম,দিগ্বিজয় সিং, সমাজবাদী দলৰ সাংসদ জয়া বচ্চন,ডিএমকেৰ সাংসদ তিৰুচি শিৱা,আৰজেডিৰ মনোজ ঝা, আপৰ সঞ্জয় সিং আদি নেতাসকল শীঘ্ৰে নতুন দিল্লীলৈ গৈ সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে।

মমতাই অৱশ্যে এই কথাও স্পষ্ট কৰি দিয়ে যে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো বাসনা তেওঁৰ নাই।

Recent News

Maharashtra Political Crisis

ৰাজনৈতিক সংকটত অতিষ্ঠ: মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হোৱাৰ মন মেলি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পত্ৰ

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

NITI Aayog

পৰমেশ্বৰণ আয়াৰক নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd